Hasi Thua Lyrics In Assamese, sung by Saurav Hazarika & Rakhismita Kalita. Lyrics pinned by Madhujya Dutta. Music by Saurav Hazarika. Romantic Assamese Song.
Song Credits
- Vocals – Saurav Hazarika & Rakhismita Kalita
- Composition/Lyrics- Madhujya Dutta
- Music- Saurav Hazarika
- Mix/Master- Mukti Muhurta Hazarika.
- Video works – Nitesh Designs.
- Label: Onehorn Records
Hasi Thua Lyrics In Assamese
অভিমানী সুৰে কব খোজা কথা
মনৰে দোমোজা তুমি খুলি কোৱা
সাঁচি থোৱা মোৰ আধৰুৱা
চিঠিখনি প্ৰেমে চোৱা
হেঁপাহেৰে হিয়াৰ ভাঁজত
মৰমৰ আকুলতা দিব খোজা
Music………………………..
নিশা এন্ধাৰত জিলিকা জোনাকীৰ
আবৰতেই তোমাক পোৱা
সপোন যেন লাগে প্ৰতি ক্ষণে
তোমাৰ লগত কটোৱা
উলাহতে হেৰাল বুকুৰ নীৰৱতা
অৱশেষত তুমি মোৰ হ’বা
সাঁচি থোৱা মোৰ আধৰুৱা
চিঠিখনি প্ৰেমে চোৱা
হেঁপাহেৰে হিয়াৰ ভাঁজত
মৰমৰ আকুলতা দিব খোজা
[crp]
Music Video Of Hasi Thua Song

