DURONIR PAHAROR Lyrics - Nilotpal Bora | AxomLyrics

DURONIR PAHAROR Lyrics – Nilotpal Bora

DURONIR PAHAROR Lyrics by Nilotpal Bora  is the latest Assamese song with music given by Nilotpal Bora . DURONIR PAHAROR Lyrics are written by Nilotpal Bora .

DURONIR PAHAROR Lyrics

DURONIR PAHAROR Song Details:

Song: DURONIR PAHAROR
Singer(s): Nilotpal Bora
Musician(s): Nilotpal Bora
Written by: Nilotpal Bora
Label(©): Nilotpal Bora SOUNDSCAPE

DURONIR PAHAROR Lyrics

দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰ’দালিত মনে মোৰ নদী হৈ আকাশলৈ চায় । পাহাৰীয়া বতাহৰ সুমথিৰা আবেলিত মনে মোৰ কহুৱা হৈ হালি জালি চায় । দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে…. অন্তৰা : অ’ বেলি ঘৰমুৱা হ’লি জোন তৰাৰ খিলিমিলি হাঁহিত অচিনা নিয়ৰৰ গধুলি নিজানৰ সুহুৰি বজালি ৰিণিৰিণি দূৰণিত অ আ ক খ ৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে । দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে….

DURONIR PAHAROR Song Video

AxomLyrics FAQs & Trivia:

Who wrote the lyrics of the “Bhalpua Diya Tumi” song?

Ramen Danah has written the lyrics of “Bhalpua Diya Tumi”.

Who is the singer of the “Bhalpua Diya Tumi” song?

Subasana Dutta has sung the song “Bhalpua Diya Tumi”.

Who gave the music for the “Bhalpua Diya Tumi” song?

Dipkesh Borgohain has composed the music for the song “Bhalpua Diya Tumi”.