Borgeet xuno xuno re xuro full Lyrics | 2020 borgeet ||

Borgeet xuno xuno re lyrics download by zubeen garg.This is one of the most popular borgeet sung by zubeen. These are originally by Sri Sri Srimanta Sankardeva and Madhabdeva.

borgeet of sankardev

  • বৰগীত : শুন শুন ৰে সুৰ
  • বিৰচিত : মহাপুৰুষ শঙ্কৰদেৱ
  • ৰাগ : আশোৱাৰী
  • তাল : পতপৰিতাল

Borgeet Xuno Xuno Re xuno Lyrics In Assamese

আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
আ আ আ আ আ

শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
ৰাম নাম যম সমৰক সাজিয়ে
ৰাম নাম যম সমৰক সাজিয়ে
সমদলে কয়লি পয়াণা

ঠাট প্ৰকট কটু কৌটি
কৌটি কপি
গিৰিগৰ গৰ পদ ঘাৱে
আ আ আ আ আ
ঠাট প্ৰকট কটু কৌটি
কৌটি কপি
গিৰিগৰ গৰ পদ ঘাৱে
বাৰীধি তিৰতৰি কৰে
গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে

হাট ঘাট বহু বাট বিয়পি এ
চৌগড়ে বেড়লি লংকা
আ আ আ আ আ
হাট ঘাট বহু বাট বিয়পি এ
চৌগড়ে বেড়লি লংকা
গুৰু ঘন ঘন ঘোষ ঘৰিষণ
গৰ্জন
শ্ৰৱণে জনময় শংকা

ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱ্ণ তুৱা পৰি জাম্পে
আ আ আ আ আ
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱ্ণ তুৱা পৰি জাম্পে
শুৰ নৰ কিন্নৰ ফণধৰ থৰ
থৰ
মহীধৰ তৰসি প্ৰকাম্পে

অন্ধ মুগুধ দশকন্ধ পাপ
বোধ
জানকী শিৰত চৰাই
আ আ আ আ আ
অন্ধ মুগুধ দশকন্ধ পাপ
বোধ
জানকী শিৰত চৰাই
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শংকৰ কহতু উপায়
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা
আ আ আ আ আ
শুন শুন ৰে সুৰ বৈৰী
প্ৰমাণা
নিশাচৰ নাশ নিদানা

more


Borgeet xuno xuno re xuro lyrics english

suna suna re sura boiri pramanā

nisacara nasa nidana |

Ramanama yama samaraka saji

samadale kayali payana ||

pada || thata prakata patu koti koti kapi

giri gadagada padaghāve |

baridhi tira tari kare gurutara giri

dhari dhari samaraka dhave ||

hata ghāta bahu bata biyāpi

cougade berdhali lankā |

guru ghana ghana ghosa gharisana garjjana

sravane janamaya sankā ||

dhira bira sura sekhara Raghava

ravana tuvā pari jhāmpe |

sura nara kinnara phanadhara tharathara

mahidhara tarasi prakampe ||

andha mugudha dasa- kandha pāpa budha

janakika sirata cada |

Raghupati pada bara dhara rajanicara

Sankara kahatu upaya ||

Vedio in Youtube by খাৰখোৱা অসমীয়া

1 thought on “Borgeet xuno xuno re xuro full Lyrics | 2020 borgeet ||”

Leave a Reply

error: Content is protected !!