Bhalpau Moi Tumake Lyrics by Rakesh Reeyan and Namrata Priyam is the latest Assamese song. Bhalpau Moi Tumake Lyrics are written by Rekibul while the music is given by Typhoon & Pincool.
Bhalpau Moi Tumake Lyrics
চেঙেলীয়া চকু
লাগি ৰয় তোমাতে অ’…
কুমলীয়া বুকু
নদী হয় মৰমক লৈ
আঁকি দিয়া মনতে মোৰ
ৰামধেনুৰে ৰঙবোৰ
ৰিঙা ৰিঙা মোৰ মনক জীয়াবলে
ভালপাওঁ মই তোমাকে
সপোন দেখো তোমাৰে
জীয়াই আছো তোমাতে.. তোমাতে
ভাল লাগে তুমি কথা পাতিলে
ৰ লাগি মোক চাই থাকিলে
বৈ আহে বাসনা বুকুলে… বুজিও নুবুজা
লৈ যোৱা একেবাৰে কাষলৈ
কি আছে কিয় ভাবো আগলৈ
ৰৈ আছো তোমাৰে হবলৈ.. জানিও নাজানা
প্ৰেমৰ পাৰিজাত
মোৰে কলিজাত
ফুলি ৰ’ব তুমি আহিলে
তোমাৰ নহলে
নহওঁ কাৰোৰে
কথা দিলোঁ কথা দিবানে

