Assamese Biya Naam Lyrics, sung by Various Artists. We provide you Assamese wedding Song ( Axomiya Biya Naam) You can Implement it in Weeding as well as competition.
Biya Song Details
Song: Various Song Singer: Chayanika Bhuyan, Priyanka Bharali, Subasana Dutta, Dikshu Sarma, Gitali, Dr Anima Choudhury, Tarali Sarma Ambalika & Group.
Album: Assamese Biya Naam Music
Label : RDC Media Pvt. Ltd
মাৰাৰ অলংকাৰ (1)
ৰাম ৰাম মাৰাৰ অলংকাৰ
ৰাম ৰাম থোৱা কাতি কৰি
ৰাম ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে
ৰাম ৰাম ৰামে দি পঠাইছে
ৰাম ৰাম বিচিত্ৰ অলংকাৰ
ৰাম ৰাম কৰযোৰে কৰি লোৱা হে।
ৰাম ৰাম মাৰাৰ আছিলা
ৰাম ৰাম লাচনি পাচনি
ৰাম ৰাম দেউতাৰাৰ কৰনি ধৰা হে
।ৰাম ৰাম সৰু হৈ আছিলা
ৰাম ৰাম ওমলি ফুৰিছিলা
ৰাম ৰাম লগৰ লগৰীয়াৰ সৈতে হে
ৰাম ৰাম আজিৰে পৰা
ৰাম ৰাম বোৱাৰি হ’লা যে
ৰাম ৰাম চলিবা স্বামী ৰে মতে হে
ৰাম ৰাম চৰাইয়ে তুলিলে
ৰাম ৰাম ছয়কুৰি পোৱালি
ৰাম ৰাম গছৰ ডাল শুৱনি কৰি হে
ৰাম ৰাম তোমাকে তুলিলে
ৰাম ৰাম মা আৰু দেউতাৰে লোকৰে ঘৰলে বুলি হে।
ওলাই আহা আইদেউ এ (2)
ওলাই আহা আইদেউ এ
অ শশী মাটিত মঙ্গল চাই
গণকে গণিতা কৰে
অ শশী ক্ষণ চৰি যায়
অ শশী ক্ষণ চৰি যায়
তোমাৰ ভন্তি আনৰ হব (3)
তোমাৰ ভন্তি আনৰ হব
হোমকে সাক্ষি কৰি
নতুন এ ঘৰ আপোন হ’ব
আমাকে পাহৰি
Assamese Biya Naam Lyrics ৰভাৰ খুতা হেলেকা (4)
ৰভাৰ খুতা হেলেকা ৰভাৰ খুতা হেলেকা
আমাৰ ভন্তিৰ দৰা তোৰ চকু কেইটা টেলেকা
মুগা সুতা পকোৱা বেৰতে চূণ লগোৱা
বিয়া বিয়া বুলোতে বুঢ়ী হবি এতিয়া
বিনা মেঘে বজ্ৰপাত (5)
জয়াৰ বাৰিৰ চোৰাত পাত
বুঢ়ি বুল বুলি থাক
জোকাই মোক নলবি মনে মনে বহি থাক
অৰ্জুন গছৰ কুঁহি পাত
বিনা মেঘে বজ্ৰপাত
অহানো বহাগতে মোক
হেৰি বুলি দিবি মাত।
আখৈ দিয়া আখৈ দিয়া
আখৈ দিয়া আখৈ দিয়া
মৰমৰে ভাই
আজিৰ পৰা আমাৰ বাইদেউ
গোএ চিঞি যায়।
ৰূপৰ তামোল কটাৰি
ৰূপৰ তামোল কটাৰি
ৰূপৰ তামোল কটাৰি
আজিৰ পৰা আমাৰ ভন্তি
লোকৰ ঘৰৰ বোৱাৰী।
নৈৰ কানৰ বগৰী
নৈৰ কানৰ বগৰী
নতুন এখন ঘৰ পাই
নাজাবা আমাক পাহৰি
জোৰুণ আহি ৰৈ আছে
ধূপ ধূনা জ্বলোৱা
ধূপ ধূনা জ্বলোৱা
জোৰুণ আহি ৰৈ আছে
আদৰোগৈ ওলোৱা
(জোৰুণ আহি ৰৈ আছে
আদৰোগৈ ওলোৱা) -৩x
Assamese Biya Naam Lyrics
Koinar mak a matise kiya
Kumaror tekeli uliyai diya
Kumaror tekeli kori baagi
Kumaror tekeli titi baari..
Ulai aha.. Aidew a
Rojar moha roi,
Ki ram ram.
Rojar moha roi..
Xuvokhyone jatra kori
Jol ana goi,
ki raam raam,
jol ana goi..
Ulai aha.. Aidew a
Rojar moha roi,
Ki ram ram.
Rojar moha roi..
Xuvokhyone jatra kori
Jol ana goi,
ki raam raam,
jollana goi..
Assamese Biya Naam Lyrics Pani tuli radha
Pani tuli radha,
Full chandan tulokhi
Pasoloi nasaba,
Phul chandan tulokhi
Pani tuli radha,
Full chandan tulokhi
Pasoloi nasaba,
Phul chandan tulokhi
Xagoru ahibo dholihe…
Phul chandan tulokhi,,
bhorilne novoril,radha tumar kolosi.
bhorilne novoril,radha tumar kolosi.
Xagoru ahibo..
Phul chandan tulokhi..
Jogoru lagibo,
Phul chandan tulokhi
Xagoru ahibo..
Phul chandan tulokhi..
Jogoru lagibo,
Phul chandan tulokhi
Nibohi raizok dhorihe..
Ful chandan tulokhi,,
bhorilne novoril radha tumar kolosi
bhorilne novoril radha tumar kolosi
Narikolor dhokua
Narikolor dhokua…
Oi Narikolor dhokua…
Narikolor dhokua,narikolor dhokua..
Koinare voiniek doi sirar khokua..
Narikolor dhokua,narikolor dhokua..
Koinare voiniek doi sirar khokua..
Narikolor dhokua,narikolor dhokua..
Koinare voiniek doi sirar khokua..
Barir pisor kumura….
Oi Barir pisor kumura….
barir pisor kumura,barir pisor kumura,,
Koinare khuriekok lagise j vumura
barir pisor kumura,barir pisor kumura,,
Koinare khuriekok lagise j vumura
barir pisor kumura,barir pisor kumura,,
Koinare khuriekok lagise j vumura
Pole pole furilu
Pole pole furilu,bonor mala gathilu,
Jura naam gaai ami
dhemalihe korilu
Jura naam gaai ami
dhemalihe korilu
Jura naam gaai ami
dhemalihe korilu