Kasoli Lyrics, sung by Nilakshi Neog. Lyrics pinned by Paplu Chetia. Music pinned by Mridu Pawan. Latest Assamese Song 2021.
Song Credits
- Vocal & Composition: Nilakshi Neog
- Lyrics: Paplu Chetia
- Music: Mridu Pawan
- Mix & Mastering: Diganta Bordoloi
- Tabla: RAJA BARUAH
- Flute: LAKHINANDAN LAHON
- Guitar: WRITURAJ GOGOI
- Ukulele: DEEPJYOTI
- Label: Nilakshi Neog
Kasoli Lyrics In Assamese
কাঁচলি পৰিছে
অনুভৱৰ পিৰালিত
আকাশ নীলাৰে ভৰিছে
তোমালৈ মনতে পৰিছে
উলাহে নধৰা মন
আশাৰে আৱৰা ক্ষণ
উলাহে নধৰা মন
আশাৰে আৱৰা এই ক্ষণ
তোমাৰ কাষত সৰগ পাঁও
তোমাৰ চকুত থমকি চাঁও
এশাৰী দুশাৰী কেনেকৈ লিখি যাঁও
গুণগুণ গুণগুন কেনেকৈ গীত গাঁও
শিমলুৰ তুলাও উৰিছে
তোমালৈ মনতে পৰিছে
নিজানে নিৰলে এই ক্ষণ
মিচিকি হাঁহিৰে ভৰে মন
নিজানে নিৰলে এই ক্ষণ
মিচিকি হাঁহিৰে ভৰে মন
কাঁচলি পৰিছে
অনুভৱৰ পিৰালিত
আকাশ নীলাৰে ভৰিছে
তোমালৈ মনতে পৰিছে
উলাহে নধৰা মন
আশাৰে আৱৰা ক্ষণ
উলাহে নধৰা মন
আশাৰে আৱৰা এই ক্ষণ
[crp]
Music Video Of Kasoli Song

