Rode Onka Baate Lyrics, sung by Achurjya Borpatra From The Album Fagun. Published On 13th February 2021. Lyrics by Paplu Chetia.
Song Credits
- Vocal.. Achurjya Borpatra
- Lyrics.. Paplu Chetia
- Tune.. Achurjya Borpatra
- Music Producer.. Writuraj Gogoi
- Mix & Mastering.. Diganta Bordoloi
- Label: Achurjya Borpatra Official
Rode Onka Baate Lyrics
ৰ’দে আঁকি থোৱা বাটে
জীৱনে,
পথাৰে উৰুৱা চিলা ফাগুনে
কেনিনো ভটিয়াই বতাহত নেজানো
আঙুলিতে হেৰাই আলাসত
কিয়নো
চকুমুদা কুলিটি হৈ বেলিটি মেঘতে লুকাই
উজুটি ওফৰি কেকুঁৰীত পৰিলোঁ
চিঞাহী ছটিয়াই ডায়েৰী ভৰালোঁ
দেশ আৰু বিদেশ
দিক আৰু বিদিক
লেখ আৰু অলেখ
ভাৱো গুণো ভাৱনা তোমাৰে হয়
চকুমুদা কুলিটি হৈ বেলিটি মেঘতে লুকাই
ৰচকী ফাগুনে মোক জোঁকালে
ধুলিৰে ওৰণিকে সীঁয়াই
এলাগী মদাৰে জানো জানে কি
পালোঁ নিজকে চিলাৰে সূতাঁত
কেনিনো ভটিয়াই বতাহত নেজানো,
আঙুলিতে হেৰাই আলাসত
কিয়নো,
চকুমুদা কুলিটি হৈ বেলিটি মেঘতে লুকাই
[crp]
Lyrical Video Of Rode Onka Baate Song

