KINU RAGI FULL LYRICS By Achurjya Borpatra From The Album “Fagun”. Published On 17th February 2021.
Song Credits
- কথা: ৰাহুল গৌতম শৰ্মা
- সুৰ: আচুৰ্য বৰপাত্ৰ
- সংগীত: অৰবিন্দ নেওগ
- শব্দ সংমিশ্ৰণ: দিগন্ত বৰদলৈ
- প্ৰচ্ছদ: হিমালয় বৰুৱা
- বাঁহী: ভাস্কৰজ্যোতি কলিতা
- গীটাৰ/উকুলেলে: প্ৰীতম গোহাঁই বৰুৱা
- Label: Achurjya Borpatra Official
KINU RAGI FULL LYRICS
কিনো ৰাগী বোকোচাতে লৈ বতাহ এছাটি বয়
কোনে মনে মনে বিয়পি বুকুত থিতাপি লয়
মোৰ আশে-পাশে
ৰং অলি উৰে
কাণে কাণে কোনে আহি সাধু সাধু ফাগুন ছটিয়ালে
ভালপোৱা
ময়ো জানো
ফাগুনে খবৰ দিলে
আহোঁ নাহোঁ
দোমোজাতে
আদৰো উজ্বলি উঠে
অগাডেৱা অনুৰাগে
গৰকি গভীৰে ঘৰ সাজে
নাপাওঁ যদিহে বিচাৰি ঠিকনা তুমিয়ে চিনাকি মোৰে
মোৰ আশে-পাশে
ৰং অলি উৰে
কাণে কাণে কোনে আহি সাধু সাধু ফাগুন ছটিয়ালে
কিনো ৰাগী বোকোচাতে লৈ বতাহ এছাটি বয়
কোনে মনে মনে বিয়পি বুকুত থিতাপি লয়
Lyrical Video Of Kinu Ragi Song