Dibrugarh Axom Lyrics, sung by Gitanjali Das. Lyrics pinned Paragjyoti Lahon. Music by Pulak Nath. Featuring Kalpana Kalita, Siddharth Sinha, Nitu Kalita, Paragjyoti Lahon. Most Popular Assamese song.
Audio Credits
- Song: DIBRUGARH AXOM
- Singer: Gitanjali Das
- Music Producer: Pulak Nath
- Lyrics & Tune: Paragjyoti Lahon
- Video Director: Dhruba Rabha
- Choreography: Rintu Choudhury
- Cinematography: Siddhu Singh
- Cast : Kalpana Kalita, Siddharth Sinha, Nitu Kalita, Paragjyoti Lahon
- Makeup : Jaan Saikia & Pranab
- Costume Designer : Bidyut Bikash Bhagawati
- Production Design : Nayan Kalita
- Mixed & Mastered by : Samuel Bora
- Recorded by Moon & Rip
- Label : GITANJALI DAS OFFICIAL
Dibrugarh Axom Lyrics in Assamese
এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি (২)
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম
এ নামে নো জেলেঙা কাই
সদায় নো মেজেঙা খায় (২)
মদৰে ঐ নিচাতে ৰাতি থাকে জঁপিয়াই
গাৱে নো ঠেৰেমিয়া পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম
এ দকৈ পথাৰত ঐ জান
ধানে নো দাই আছিলো
এ দকৈ পথাৰত ঐ জান
এ ধানে নো দাই আছিলো (২)
তলৈ মনত পৰিছিল ইমান
এ এগচি দুগচি ঐ জান
মুঠি নো ঐ বান্ধতে
এ মুঠি নো ঐ বান্ধতে
কঁকালৰ বিষ ধৰিছিল ইমান
এ মনে মনে আহি তই
খামচি ঐ ধৰি লৈ
কৰিছিলি ইমান কৈ
কৰিছিলি ইমান কৈ মৰম
এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম
চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
তৰো দেখোন মবাইল ফোন নাই
এ স্কুলৰ ছুটিতে ঐ জান
আহিবি মোক নিবলে
দুয়ো নো পলাই গুচি যাম
ঐ যামে নো গৈ টেঙাখাত
নহয় বৰ বেছি বাট
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম
এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম ।।

