Kakhot Kolosi Lyrics by Zubeen Garg. Most popular Assamese Song. Best Of Zubeen Garg.
Audio Credits
- Song : Kakhot Kolosi
- Album : Unmona Mon
- Singer : Zubeen Garg
- Music : Zubeen Garg
- Label : N.K. Production
Kakhot Kolosi Lyrics in Assamese
কাষত কলচী ৰাধে ঐ ৰাধে ঐ
নাদীৰে ঘাটলৈ আহ
মোৰেনো bhutia নাৱত
লাজ লৈয়ে বহ, লাজ লৈয়ে বহ
কেঁচা মৰমে মাৰে ঐ, মাৰে ঐ
তোৰে মন পাবৰে মন
বুকু পৰি আছে চেনেহত
তোৰেহে নাম, তোৰেহে নাম
কাষত কলচী ৰাধে ঐ ৰাধে ঐ
নাদীৰে ঘাটলৈ আহ
মোৰেনো bhutia নাৱত
লাজ লৈয়ে বহ, লাজ লৈয়ে বহ
পশ্ছিমৰ পিনে দেখোঁ
ক’লা ক’লা মেঘ
ব’হাগৰ দিন আৰু
আছেনে বা শেষ
পশ্ছিমৰ পিনে দেখোঁ
ক’লা ক’লা মেঘ
ব’হাগৰ দিন আৰু
আছেনে বা শেষ
কোনোবা নদীয়ালে ক’লে
তোলৈ ল’ৰা আহিছে
বতৰা এনে কিটো দিলে
পশ্ছিমৰ ধুমুহা নামিলে
বেদনা বলিয়া মনে
কৰে হাহাঁকাৰ, কৰে হাহাঁকাৰ
কাষত কলচী ৰাধে ঐ ৰাধে ঐ
নাদীৰে ঘাটলৈ আহ
মোৰেনো bhutia নাৱত
লাজ লৈয়ে বহ, লাজ লৈয়ে বহ
ডঁৰিয়লিত দুটি সাৰেং উমলে
নেলাগে একোকে দুটি মন মিলিলে
ডঁৰিয়লিত দুটি সাৰেং উমলে
নেলাগে একোকে দুটি মন মিলিলে
তোলৈ মনতে কৰো
বুকুত দুগুণে হেঁপাহ
ভগা মোৰ গুৰিৰে বঠা
আহে বহুতো উলাহ
বালিত বহি ভাতে ৰান্ধো
খাবৰ হে নাই মন
অকলে মোৰ
কাষত কলচী ৰাধে ঐ ৰাধে ঐ
নাদীৰে ঘাটলৈ আহ
মোৰেনো bhutia নাৱত
লাজ লৈয়ে বহ, লাজ লৈয়ে বহ
কেঁচা মৰমে মাৰে ঐ, মাৰে ঐ
তোৰে মন পাবৰে মন
বুকু পৰি আছে চেনেহত
তোৰেহে নাম, তোৰেহে নাম
কাষত কলচী ৰাধে ঐ ৰাধে ঐ
নাদীৰে ঘাটলৈ আহ
মোৰেনো bhutia নাৱত
লাজ লৈয়ে বহ, লাজ লৈয়ে বহ