Unnaxi Lyrics by Maitrayee Patar is the latest Assamese song. The song lyrics were written by Maitrayee Patar. Music is given by Tonmoy Krypton.
Unnaxi Lyrics
কেনি নো চিটিকিলে মেঘ বেপৰুৱা
হাঁহি এটি আলসুৱা
দুগালে দুহাতে থৈ চাই ৰ’লো
অভিমানী মনো যে উতনুৱা
উন্নাসী মন আজি
উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ
উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ
চপৰা-চপৰে খহি যোৱা
বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা
কপাহী আবেগ আকলুৱা
গোমোঠা বতাহে কঁপালেহি প্ৰাণ মোৰ
সামৰি যতনে থ
উজাগৰী নিশাৰে প্ৰহৰী তৰা মোৰ
নামি আহি মোৰে কাষৰতে ৰ
উন্নাসী মন আজি
উন্নাসী জোনাকী
উন্নাসী সকলো সুৰ
উন্নাসী উশাহৰ
উন্নাসী হেঁপাহৰ
উন্নাসী পৃথিৱী মোৰ
চপৰা-চপৰে খহি যোৱা
বুকুৰে গৰাৰে বাখৰুৱা
আদৰে-আদৰে সাঁচি থোৱা
কপাহী আবেগ আকলুৱা
Written by:
Maitrayee Patar
“Unnaxi” Track Info:
Song | Unnaxi |
Singer | Maitrayee Patar |
Lyrics | Maitrayee Patar |
Music | Tonmoy Krypton |
Language | Assamese |
Music Label | Tonmoy Krypton |
“Unnaxi” Music Video
AxomLyrics FAQs & Trivia:
Who sung the “Unnaxi” song?
“Unnaxi” song is sung by Maitrayee Patar.
Who has Written the “Unnaxi” song?
“Unnaxi Lyrics” is written by Maitrayee Patar.
Who composed the music of the “Unnaxi” song?
Tonmoy Krypton composed the music of the “Unnaxi” song.