MAYAXONA Lyrics by Lakhinandan Lahon is the latest Assamese song. The song lyrics were written by Mrityunjoy Kakati. Music is given by Himangshu Buragohain (SENS3I).
MAYAXONA Lyrics
সৌ আকাশৰ সিপাৰতে ৰচিছো
মোৰ কল্পনাৰ এমুঠি মিঠা সপোন
তোমাৰে নামতে আজি বেলি তৰা জোন
আকাশতে উজ্বলিছেছোন
আপোন আপোন লগা এটি মিঠা সুৰ
হৃদয়তে নিগৰিছেছোন
ৰিক্ত হিয়াৰে তুমি একাজলী সুখ
সিক্ত ভাৱনাৰে তুমি নাশিলা দুখ
তুমি মন আকাশৰ জোনাকীপৰুৱা
তোমাৰে পৰশত বিষাদো ভাগৰুৱা
এন্ধাৰ আঁতৰাই জগত পোহৰালা
তুমি মায়াসনা!
উৰি উৰি যায় উতনুৱা মোৰ মন
নিমিষতে হয় পাৰ এটি এটি ক্ষণ
উৰি উৰি যায় উতনুৱা মোৰ মন
সৰগী ঠিকনা লৈ
মৌন ভাষাৰে যি ক’ব খোজা আহি তুমি মোক
শব্দহীনতাটো বুজি পালোঁ ক’ব খোজাবোৰ
তুমি মন আকাশৰ এজনী পখিলা
মোৰ প্ৰতিটো সুৰৰেই তুমিয়েই মালিতা
প্ৰেমৰ বাহীৰে জীৱন সজালা
তুমি মায়াসনা
Written by:
Mrityunjoy Kakati
[addtoany]
AxomLyrics FAQs & Trivia:
Who sung the “MAYAXONA” song?
“MAYAXONA” song is sung by Lakhinandan Lahon.
Who has Written the “MAYAXONA” song?
“MAYAXONA Lyrics” is written by Mrityunjoy Kakati.
Who composed the music of the “MAYAXONA” song?
Himangshu Buragohain (SENS3I) composed the music of the “MAYAXONA” song.

