Soku Meli Nasaba Lyrics, sung by Runjun Phukan. Lyrics pinned by Keshab Mahanta. Music by Ramen Barua. Featuring Pranjal Saikia & Purabi Sharma. Old Assamese Golden Collection.
Song Credits
Song : Soku Meli Nasaba চকুমেলি নাচাবা Movie: Aajoli Nabou (1980) আজলী নবৌ by Nip Barua Music by Ramen Barua Lyrics by Keshab Mahanta Sung by Runjun Phukan Cast: Pranjal Saikia & Purabi Sharma
Soku Meli Nasaba Lyrics
চকু মেলি নাচাবা
অ, ৰ লাগি নাচাবা
চকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলাই কোনেচিৎ নচুৱাই
ৰঙতে ৰঙিলী
পখিলা পৰেহি ফুলতে
দেখিলাফুলনি নাঁচিলে হালি-জালি
হালি-জালি
কোনে বাৰু চাই চাই
আপোন পাহৰি নাজায়
ৰঙতে ৰঙিলী
পখিলা পৰেহি ফুলতে
দেখিলাফুলনি নাঁচিলে হালি-জালি
হালি-জালি
কোনে বাৰু চাই চাই
আপোন পাহৰি নাজায়
অ, মন মাৰি আছাচোন
নোচোৱানো কেলৈ
ক’ত মৰি যাওঁ
মন পমি যায়
ক’ত মৰি যাওঁ
মন পমি যায়
আৰু যে এখনি ফুলনি
ফুলৰে হৈ আছে
শুৱনি
আশাৰে উলহি জকেমকি
জকেমকিতালৈ আজি চাবলৈ
জানো আপোন কোনো নাই
অ, জানো জানা
কাষতে আছে মোৰ বুকুতে
ধন সাঁচতীয়া মোৰ
আছে বাট চাইধন সাঁচতীয়া মোৰ
আছে বাট চাই
চকু মেলি নাচাবাঅ,
ৰ লাগি নাচাবাচকু মুদি চোৱাচোন
দেখা পাবা তাতেই
মন উতলাই কোনেচিৎ নচুৱাই
মন উতলাই কোনেচিৎ নচুৱাই
[crp]
Music Video Of Soku Meli Nasaba Song


