Ei Dhuniya Godhuli Lagan Lyrics – Asha Bhosle

Ei Dhuniya Godhuli Lagan Lyrics, sung by Asha Bhosle. Music & Lyrics pinned by Bhupen Hazarika. Old Golden Collection. Super Hit Assamese Song.

Ei Dhuniya Godhuli Lagan Lyrics

Song Credits

  • Movie: Mon Projapoti(1979)
  • Singer: Asha Bhosle
  • Music: Bhupen Hazarika
  • Lyrics: Bhupen Hazarika
  • Label: Saregama Regional

Ei Dhuniya Godhuli Lagan Lyrics

(Female Version)

এই ধুনীয়া গধূলি লগন

সংযমহীন আচৰণ

সমাজৰ আঁৰতে নিয়ম ভাঙি

কিয় দুয়ো দুয়োতে মগন

এই ধুনীয়া গধূলি লগন …

প্ৰেমযেন বহুতৰ কটাৰীৰ খেল

হানি কটাৰী চলে

কণ কণ শব্দে বুকু ভেদিলে

বাধা দিব কোন কুশলে

এই ধুনীয়া গধূলি লগন …

জীৱন এন্ধাৰ জগৎ এন্ধাৰ

তুমিতো বিজুলিৰ চাকি

তোমাৰ জ্যোতিয়ে যদি বুকুতে হেৰায়

দিলায়বা অকমান ফাঁকি ।

অঘৰী জীৱন অকলশৰীয়া

তাতে যদি হয় মই জগৰীয়া

কম্পিত বুকুতে আকলোৱা

দুটিবাহু মৰম বলিয়া ।

এই ধুনীয়া গধূলি লগন …

Ei Dhuniya Godhuli Lagan Lyrics

(Duet Version)

ডেকা : কিয় এই সংযমহীন আচৰণ?
গাভৰু : কিয়?
গীত : গাভৰু : এই ধুনীয়া গধূলি লগন
সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন?

কথা : ডেকা : কিয় বাৰু? প্ৰেমনো কি?
গীত : গাভৰু : প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শাণিত কটাৰী চালে
শণ্‌ শণ্‌ শৱদে বুকু ভেদিলে
বাধা দিবা কোন কৌশলে?

কথা: ডেকা : কিয় এই আকৰ্ষণ?
গীত : গাভৰু : এই ধুনীয়া গধূলি লগন …
জীৱন এন্ধাৰ জগত এন্ধাৰ
তুমিতো বিজুলীৰ চাকি
তোমাৰ জ্যোতিয়ে যদি বুকু পোহৰায়
দিলাই বা অকমান ফাঁকি
অঘৰী জীৱন অকলশৰীয়া
পাপ যদি হয় হওক জগৰীয়া
কম্পিত বুকুতেই আকলুৱা
দুটি বাহু মৰম বলিয়া।
কথা : গাভৰু : দিয়া মিঠা আলিঙ্গন।।
ডেকা : ওঁ
গীত : গাভৰু : এই ধুনীয়া গধুলি লগন …

Music Video Of Ei Dhuniya Godhuli Lagan Song

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!