Pagoli Lyrics, sung By Deeplina Deka. Music Producer by Diganta Banikya Composition by Diganta Banikya. Lyrics by Sunit Gogoi.
Song Credits
- Singer: Deeplina Deka
- Music Producer: Diganta Banikya
- Composition: Diganta Banikya
- Lyrics: Sunit Gogoi Additional
- Programing: Masmyths
- Mix & Mastering: Pinku Das (Red Av Studio)
- Video Direction: Sachin Baruah
- Cast: Nirupam & Dipika Nath
- Label: Prag Music
Pagoli Lyrics In Assamese
অʼ সপোন নাহিবি এই বাটে নাহিবি
অʼ মৰম নাজাবি চুই মোকে নাজাবি
অʼ সপোন নাহিবি এই বাটে নাহিবি
অʼ মৰম নাজাবি চুই মোকে নাজাবি
মন আজলী পক্ষীটি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
চাপি চাপি নাহিবি
আতৰ চোন ভাবনা
জাগি জাগি নুঠাবি চোন
বাগৰ দে বাসনা
হাই…চাপি চাপি নাহিবি
আতৰ চোন ভাবনা
জাগি জাগি নুঠাবি চোন
বাগৰ দে বাসনা
মন আজলী পক্ষী টি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
কঁপি কঁপি উঠিছ
কেলৈনো কলিজা
বুজি বুজি নহবি
নহবি নুবুজা
কঁপি কঁপি উঠিছ
কেলৈনো কলিজা
বুজি বুজি নহবি
নহবি নুবুজা
মন আজলী পক্ষীটি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
[crp]
Music Video Of Pagoli Song