Bahor Bisona Lyrics, sung by Neel Akash & Nilakshi Neog. Lyrics pinned by Dhulia Abhijit. Music by Bhaskar Neelom. Assamese Bihu Song 2021.
Song Credits
- Singer: Neel Akash & Nilakshi Neog
- Lyrics -Tune: Dhulia Abhijit
- Music: Bhaskar Neelom Additional
- Lyrics -Tune: Dhulia Abhijeet & Bishwajit Sonowal
- Mixed & Mastered: Diganta Bordoloi
- Label: PRANAB PHUKAN MUSICAL
Bahor Bisona Lyrics In Assamese
বাঁহৰ বিছনা এ জান ঐ
কেৰ কেৰ কৰে
চালৰ ফুটাৰে তৰা দেখি
বিছনাত পৰিলে
বাঁহৰ বিছনা এ জান ঐ
কেৰ কেৰ কৰে
চালৰ ফুটাৰে তৰা দেখি
বিছনাত পৰিলে
এ হাই ঐ তইয়ো যদি পাৰ কʼ
বিহুতে বিয়াখন পাতি লং কʼ
অ’ত মন নেমেলুং
তত মন নেমেলুং
তোৰে লগত থাকিম ক’
সচাকৈ বিয়া খন পাতি লং ক’
তোৰ হাঁহিটি বুকুৰে সৰকা মইনা
কলিজা খুলি খোৱা
কৰিছ মোক পগলা
মৰম নামৰ নৈ বোৱাই লৈ
তোৰ গাভৰু দেহাটি চালে চকুৰোৱা মইনা
কঁকাল নো খামুছিয়া
দুগাল নো গুলপীয়া
মৰম কৰো লাগে একোলা লৈ
হাই ঐ তইয়ো যদি পাৰ কʼ
বিহুতে বিয়াখন পাতি লং কʼ
হাই ঐ তইয়ো যদি পাৰ কʼ
দুয়ো মিলি সুখে দুখে থাকিম ক
অ’ত মন নেমেলুং
তত মন নেমেলুং
তোৰে লগত থাকিম ক’
সচাকৈ বিয়া খন পাতি লং ক
মনে মনে ভাবো তোকে জান ঐ
তই হবি দৰা কইনা মই
শিৰতে ৰঙা বেলি আঁকি লৈ
লৈয়ে যা তোৰে কাষলৈ
মনে মনে ভাবো তোকে জান ঐ
তই হবি দৰা কইনা মই
শিৰতে ৰঙা বেলি আঁকি লৈ
লৈয়ে যা তোৰে কাষলৈ
জান ঐ….
পুৱা নো গধূলি বুকুতে ওমলাম
অভিমান কৰিলে মৰমতে নিচুকাম
ৰঙাকৈ দুগালত মৰমবোৰ উপচাম
নালাগে ভাল জাননে
আনকে তোৰে সমান
এ তয়ো যদি পাৰ ক’
বিহুতে বিয়াখন পাতি লং কʼ
হাই ঐ তইয়ো যদি পাৰ কʼ
দুয়ো মিলি সুখে দুখে থাকিম ক’
অ’ত মন নেমেলুং
তত মন নেমেলুং
তোৰে লগত থাকিম ক’
সচাকৈ বিয়া খন পাতি লং ক’
[crp]
Lyrical Video Of Bahor Bisona Song