Krishna Jonmo Hua Xuni Lyrics, sung by Zubeen Garg. Devotional Asssamese Song. Best Of Zubeen Garg.
Song Details
- Song- Krishna Jonmo HuaXuni
- Singer- Zubeen Garg
- Album: Bhakti Song
Krishna Jonmo Hua Xuni Lyrics
কৃষ্ণ জন্ম হোৱা শুণি আহিলে নাৰদ মুনি
চাৰি মুখে ব্ৰক্ষ্মাই পঢ়ে বেদ ।
হৰ আহে বৃষভতে সতী আহে পুস্প ৰথে
বসুমতী কৰে নাভিছে
বসুমতী কৰে নাভিছে I
কৃষ্ণ জন্ম হোৱা শুণি আহিলে নাৰদ মুনি
চাৰি মুখে ব্ৰক্ষ্মাই পঢ়ে বেদ ।
হৰ আহে বৃষভতে সতী আহে পুস্প ৰথে
বসুমতী কৰে নাভিছে
বসুমতী কৰে নাভিছে I
য’ত যেৱ দেবীগনে মহানন্দে স্তুতি কৰে অ’
দশোদিশে প্ৰসন্ন নিৰ্মল
আকাশে দুন্দূভি বাজে অপেশ্বৰীগনে নাচে
সাগৰত গৰ্জে জলধৰ অ’
আকাশে পুস্প বৰষিল I
ভূমি ভাৰণ হেতু নৰৰূপী নাৰায়ণে অ’
দৈৱকীত গৰ্ভে ভৈলা স্থিতি
দুষ্কৃতি নাশন তুমি ভকতক ৰক্ষা হেতু
তুমি হৰি অৱতাৰ হৈলা
ভকতক তুমিয়ে ৰাখিলা I
এ ৰাম শাস্ত্ৰৰ ভুজিয়া মজ্জা
সদায়ে কৃষ্ণক ভজা ।
হৈয়ো একশৰন কৃষ্ণত
এ ৰাম কৃষ্ণক কৰিয়ো সেৱক
ই পৰম দেৱ চিন্তাতান চৰণ-মৰণ ।
কৃষ্ণত শৰণ লোৱা হৰিত কীৰ্তন কৰা
কৃষ্ণত শৰণ লোৱা হৰিত কীৰ্তন কৰা
বোলাহে ভকত বৈষ্ণৱগন
এই হৰিৰ নামে ৰাখিব জীৱন।
কলিত কৃষ্ণৰ নামে পাপ বিনাশ
কৃষ্ণহে পৰম ধন কৃষ্ণ বিনে নাহি আন
শুনাহে ভকত বৈষ্ণৱগন ।
কৃষ্ণক নাম মুখে লৈয়া
কৰাহা জীৱন
কলিত কৃষ্ণৰ নামে পাপ বিনাশ ।
[crp]
Music Video Of Krishna Jonmo Hua Xuni Song

