KI HOBO AI JIBON Lyrics is latest assamese song by zubeen garg.Nice song ..Enjoy the lyrics.description of the song are below:
Audio Credits
- Singer – Zubeen Garg, Navanita Sharma
- Lyrics – Porikhit Kalita
- Music – Bablu Sibabrata Sharma
- Song : Ki hobo ai jibon
Video Credits
- Video Director – Dabajit Majuli
- Choreographer – Raj Dutta
- Editor – Manas Kashyap & Lama
- Cinematography – Swaraj Deka
- Cast – Mon Senapati & Sunita Kaushik
Ki hobo ai jibon lyrics in assamese
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
ৰং বিহিন হৈ ৰৱ আশা বোৰ হিয়াৰে
অৰ্থহিন লাগে সকলো
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
উকা উদাস লাগে তুমি ন’হলে
নাযাই সময় কাষত তুমি ন’হলে
ৰিঙা উচাস বুকুত তুমি ন’হলে
ইমান কাতৰ লাগে তুমি ন’হলে
কোনে বুজিৱ সচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
জীয়াই থাকিম কিদৰে তুমি ন’হলে
কোনে দিৱ মৰম তুমি ন’হলে
ভালপোৱা বুকুৰে হেৰাব তুমি ন’হলে
শুকাই যাব মৰম তুমি ন’হলে
কোনে বুজিৱ সঁচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
না ৰা না না ৰা না না ৰা না
না ৰা না না ৰা না না ৰা না
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
অহো হ নাৰা ৰ (নেৰে না না)
লা লা লা লা লা লা লা (না না না)
না ৰা না না ৰা না না ৰা না
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
অহো হ নাৰা ৰ (নেৰে না না)
লা লা লা লা লা লা লা (না না না)
Axomlyrics answered the most frequently asked question
Who wrote the lyrics of ”ki hobo ai jibon” song?
- porikhit kalita has written the lyrics of “ai jibon”.
Who is the singer of ” ai jibon” song?
- zubeen and navanita sharmais the singer of the song .
Who compose “ai jibon” music ?
- Bablu Sibabrata Sharma has composed the music of “ai jibon”.

