Holei Hol Aru Lyrics, sung by Dibyajit Das and Papori Gogoi. Music by Palash Gogoi. Casting: Dibyajit Das , Mohim. Lyrics tune by Dibyajit Das.
Song Credits
- Singer: Dibyajit Das and Papori Gogoi
- Music/ mix: Palash Gogoi
- Lyrics tune: Dibyajit Das
- Director: Budhin Khanikar
- Casting: Dibyajit Das , Mohim Baruah, Purnada Hazarika
- Label: AC MULTIMEDIA
Holei Hol Aru Lyrics In Assamese
ভীমকলৰ পচলা নাখাঁও বুলুতে
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ ভীমকলৰ পচলা নাখাঁও বুলুতেই
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ বগী ধুনীয়া দেখি মেলিছিলো হাত
পিছত সেইজনী ওলাল
দুটা ল’ৰাছোৱালীৰ মাক
পিছত সেইজনী ওলাল
দুটা পোৱালীৰ মাক
ঐ বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ’লেই হ’ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ’লেই হ’ল আৰু
অ হাই মোৰ ঈশ্বৰ কৰিদে বিচাৰ
মিনতি কৰিছো
লাগে বোৱাৰী দেউতাকে ঐ
বিচাৰি মৰিছো
অই ফেচালৈও ফেচী থাকে ঈন্দ্ৰলৈ শচী
মোৰে বাৰু কতো কোনো
নোলাবই নেকি ঐ
মোলৈ বাৰু কতো কোনো নোলাবই নেকি
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ’লেই হ’ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ’লেই হ’ল আৰু
কৃষ্ণৰ বাঁহীৰ মিঠা মাত
ষোল্লশ গোপী তাতেই বাত
কিনো খাই জন্ম দিলি পিতাই
হলো কʼলা ভালুকৰ যাত
অʼ পিতাই শুনিছʼ নʼ
কথাটো মোৰ বুজিচʼ নʼ
অʼ পিতাই শুনিছʼ নʼ
এবাৰ ভাবি চাইছʼ নʼ
ঐ ককাইদেউ বৌক ৰাখিলে
ভিনিয়ে বাইদেৱে
মোৰ কথা নাভাবে
কিয়নো কোনেও
মোৰ কথা নাভাবে
কিয়নো কোনেও
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ’লেই হ’ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ’লেই হ’ল আৰু
[crp]
Music Video Of Holei Hol Aru Song

