Assamese Status Images .We are sharing 20+Best Assamese Song Lyrics Status Photos that you use it as whatsapp status,facebook status or instagram status or anywhere you wanna post.You also can send it to your love ones..love status..motivational quotes,love quotes..romantic quotes..sad quotes etc….
You can download the photos or directly the status or both using right click……
Assamese Status Images
1. কলিজাৰ কাৰেং ভাঙি
সপোনৰ সমাধি পাতি
যাতনাৰ খৰাং সিচি…
পৰানৰ কবিতা ফালি
উৰুঙা হাহাকাৰে মোক জোকাই
কলেহি তুমি নাই কতো নাই…

2. অনুৰাগ তোমাৰ বাবে অনুভূতি তোমাৰ বাবে
তোমাৰ দুবাহোতে সুখ মোৰ জীৱনৰে
শৰীৰৰ শিৰে শিৰে বৈ আছা তুমি
শৰীৰৰ শিৰে শিৰে বৈ আছা তুমি
3. জীৱন পথত কাহানিবা যদি হাৰো
দিবা প্ৰেৰণা মোক যুঁজিবলে
এন্ধাৰ পথত জ্বলি ৰ’বা তুমি চাকি হৈ
তেজৰ প্ৰভাতক আনিবলে..
দূৰে দূৰে…
6.নিজানৰ কোনোবা দলঙেৰে তুমি
নামি আহিছিলা
কুৱলিৰে চেঁচা টোপালে
সেমেকালে ভালপোৱা
7. তোমাক দেখা পালে,
সপোন জাগি উঠে,
বুকুখনি হয় তাজমহল,
8.বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেইয়া তুমিয়ে
9. জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে ।
10. মুগ্ধ হিয়া মোৰ কোনে চুমি যাই
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যাই
বুকুতে অগনি জ্বলাই
11. সুন্দৰৰ পোহৰেৰে আজি আমাক জগোৱা অʼ
সোনৰ অসম গঢ়িবলে পথ দেখুওৱা অʼ
জোনাকী দেশৰে সাধু আকৌ আমাক শুনোৱা
12.মন গ’লে মোৰ কাষলে
আহিবা এদিন অকলে
কিদৰে শোওঁ কিদৰে খাওঁ
চাই যাবা আহি নিৰলে
13.চেচা চেঁচা আঙুলি এইয়াতো
নহয় তুমি
গধূলি গোলাপ মোৰ শুই
থকা জননী
নতুন ফাগুণ মোৰ হেৰুৱা
সপোন মোৰ
তোমাৰ এই পাৰিজাত
তোমাকে সামৰি
14.হঠাতে হেৰাল
কেনিনো মোৰ…
চোতালৰে….
জোনাক…….
15.মই আছোঁ তোমাৰেই
দুচকুৰ পাহিতে…
চাই লোৱা দুচকু জপাই
16.দুহাতে ফাকুগুৰি
সানিলা তুমি আহি
তেজৰ দৰে সচা ধুনীয়া
সপোন সিচিঁ
17. মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছাহি বৈ
দূৰণীৰে জোনাকী হৈ
ৰ’লা কিয়।
Assamese Status Images | 20+Best Assamese Song Lyrics Status Photos | whaatsapp status | Instagram status | love quotes | Inspirational status
You can also check similar post like this…
10 Lyrics From Zubeen Garg Songs That Will Tug At Your Heart |
















