Xopun Kuwori Lyrics – Montu Moni Saikia

Xopun Kuwori Lyrics by Montu Moni Saikia is a newly released Assamese song music also given by Palash Gogoi. The latest song Xopun Kuwori lyrics are written by Sunit Gogoi.

Xopun Kuwori Lyrics

Xopun Kuwori Song Details:

Song: Xopun Kuwori
Singer(s): Montu Moni Saikia
Musician(s): Palash Gogoi
Written by: Sunit Gogoi
Label(©): Montu Moni Saikia official

Xopun Kuwori Lyrics

মৰম তই দিবিনে, মৰম তই ল’বিনে
মই যদি তোৰে হওঁ তই মোৰে হ’বিনে ?!
মৰম তই দিবিনে, মৰম তই ল’বিনে
মই যদি তোৰে হওঁ তই মোৰে হ’বিনে ?!

সোণ বুলি মাতিলে, এবুকু আৱেগে
জান বুলি মোকে তই সাৱটি ল’বিনে?!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!

ফাগুনী পচোৱা এচাটি যেতিয়া বয়
গছৰ পাত বাউলি হয় !
মৰমৰ মলয়া বোৱালি তই
থাকিব পাৰোনে ৰৈ !?
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!

চকুতে চকু থৈ অ’ই ৰহেদৈ,
অ’ মোৰ ৰহেদৈ
কলিজা চুৰ কৰিলি তই !
নিজৰেই কৰিলি অ’ই ৰহেদৈ, অ’ মোৰ ৰহেদৈ
গমকেচোন নাপালো মই !!
হৈ সপোন কুঁৱৰী মোৰ সপোন সজালি
তই বুকুত সোমালি পগলা কৰিলি
তোৰ মৰমত মৰিছো মই…..
উশাহত উঠিছ তই উশাহত নামিছ
মোৰ কেঁচাকৈ কলিজা হৈ !!
মই তোক এৰি থাকিব নাই নোৱাৰো জানিছ
মোৰ কেঁচাকৈ কলিজা ঐ !!

Xopun Kuwori Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!