সাৰথি Xarothi Lyrics Full – Best Of Abhi Saikia |

Xarothi Lyrics, sung by Abhi Saikia. Lyrics penned by Dipalee Saikia Gogoi. Additional cinematography by Aditya Borgohain and Prabal Bora.

Xarothi Lyrics

Song Details

  • Prod. By Abhi Saikia.
  • Performed by Abhi Saikia.
  • Lyrics by Dipalee Saikia Gogoi.
  • Additional keys by George Phukan Dutta.
  • Music video conceptualized, shot, and edited by Raktim Hazarika.
  • Additional cinematography by Aditya Borgohain and Prabal Bora.
  • Artwork by Samiran Borgohain.
  • LAbel: Rainforest Underground

Xarothi Lyrics In Assamese

গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ’, দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে

আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি

গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ’, দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে

আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি

[crp]

Music Video Of Xarothi Song