Ukaa Full Lyrics, sung by Zubben Garg. Lyrics/Composition by Pranab Krishnatreya. Heart Touching Assamese Song.
Song Credits
- Album:- Urunga Mon
- Song:- Ukaa
- Vocals:- Zubeen Garg
- Lyrics/Composition:- Pranab Krishnatreya
- Music Arrangement:- Sanjay Hazarika & Pranab Krishnatreya
- Mixing & Mastering:- Diganta Bordoloi
- Musicians:- Keys & Music Programming :- Sanjay Hazarika
- Flute:- Pranjal Borah
- Tabla:- Naba Chutia
- Guitar:- Rajib Baruah
- Bass Guitar:- Bulbul Das
- Video Credits: Gouranga Madhab
- Cover and Artworks: Abu B Siddik
- Label: Pranab Krishnatreya
Ukaa Full Lyrics
উকা আছিলে মনৰে কোঠালি
তোমাক পালো বিচাৰি
তুমি দিলাহি মৰমৰ সঁহাৰি
বেদনাৰ চকুলো মচি
হ’বানে তুমি মোৰ লগৰী??
মন গহণত তোমাৰে ছবি
পলে প্ৰতিপলে আজি উঠিছে ভাঁহি
যদি আঁতৰি যোৱাগৈ নোৱাৰো থাকিব
কাষলে আহিলে সুৰে নিচুকাব
উশাহত আছা তুমি
আজি হঠাতে এছাটি বতাহে
অতীতৰ বহু কথা ক’লে
চিনাকি চিনাকি উমাল পৰশে
সুৰৰ নদী জিপাল কৰে
আজি বুকুৰে ভিতৰত কিহৰ শিহঁৰন
থমকি ৰলো মই সুঁৱৰি প্ৰতিক্ষণ
দিঠকৰ সুৰে নিচুকায়
Lyrical Video Of Ukaa Song