Tumi Xonsito Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Tumi Xonsito lyrics are written by Bishrut Saikia.
Tumi Xonsito Song Details:
Song: | Tumi Xonsito |
Singer(s): | Bishrut Saikia |
Musician(s): | Bishrut Saikia |
Written by: | Bishrut Saikia |
Label(©): | Bishrut Saikia |
Tumi Xonsito Lyrics
ক্ষণবোৰ বুটলি হিয়া মোৰ আবেলি
পখী হৈ উৰা মাৰে
প্ৰিয়তমাৰ চিঠিত
ঠিকনা তোমাৰ দেখি।
পদূলিৰ শেৱালিৰ সুবাসে আনে
তোমাৰ স্মৃতিৰ এনাজৰী
শৰতৰ প্ৰতিটো ৰাতি,
শব্দ ধূসৰিত
ছন্দ মোৰ কম্পিত
তোমাৰ মৰমৰ উম
শৰতত বঞ্চিত
মনতে মোৰ তুমি সঞ্চিত!
কিয়নো দুচকুতে
নিৰ্মল হাঁহিৰ ৰঙে,আঁকি যায়
তোমাৰ ছবি
চিত্ৰশালা গঢ়ি
শৰতে দেখা মৰহা পাতৰ হেঁপাহ
জীৱনলে, মোৰো আহে
তোমাক বসন্ত ভাবি,
শব্দ ধূসৰিত
ছন্দ মোৰ কম্পিত
তোমাৰ মৰমৰ উম
শৰতত বঞ্চিত
মনতে মোৰ তুমি সঞ্চিত!
Tumi Xonsito Song Video
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!