Tulonabiheen Lyrics (তুলনাবিহীন) by Mrityunjoy Kakatiis latest Assamese song. The song is lyrics were written by Mrityunjoy Kakati while the music is given by Rup.
Song Credits
- Song : Tulonabiheen (তুলনাবিহীন)
- Singer : Mrityunjoy Kakati
- Music : Rup
- Lyrics By : Mrityunjoy Kakati
Tulonabiheen Lyrics
মোৰ কবিতাতে আজি শব্দৰ নাটনি
উতনুৱা মনক কেনেকৈ দিওঁ মই বুজনি
অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি
তোমাৰেই ভাৱনাতে সাৰে আছোঁ উজাগৰী
ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তোমাৰেই পৰাই পাতনি মোৰ প্ৰতিটো হাঁহি
তোমাতেই যে হয় সামৰণি মোৰ প্ৰতিটো ৰাতি
তোমাৰেই কাৰণে শুৱনি মোৰ সুৰৰে ৰাগী
তোমাকেই কাষৰতে পালে বাঢ়ে উশাহৰে গতি
এই ফাগুনৰে ৰং সানি তুমি মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণিও আজি লাগিছে সেয়াও ৰসাল
এই ফাগুনৰে ৰং সানি তুমি মোৰ হিয়া কৰিলা জীপাল
এই সৰাপাতে ভৰা ধৰণিও আজি লাগিছে সেয়াও ৰসাল
ক’বলে আছে ক’ত কাহিনী
তোমাৰে সৈতে মেলা পাতনি
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই
তুলনাবিহীন তুমি শব্দবিহীন মই