Trixare Barixa Lyrics by Monjit Bharali & Bondana Boruah is the latest Assamese song. Trixare Barixa Lyrics was written by Montu Borah while the song music is given by Monjit Bharali.
Trixare Barixa Song Details
| Song | Trixare Barixa |
| Singer | Monjit Bharali & Bondana Boruah |
| Music | Monjit Bharali |
| Lyricist | Montu Borah |
Trixare Barixa Lyrics
আলফুলে সাঁচি থোৱা মোক
ৰওঁ তোমাৰ প্ৰণয়ৰ ভাজত।
দূৰ আজি কিয় যে বহু দুৰ
মৰিচিকা খেদি ফুৰা সপোন
থমকে তোমাতেই চোন।
হিয়া চোন আকলুৱা মোৰ
নালাগে নৰবা দূৰ সোণ
থুনুকা ডাৱৰ গলি গলি
বৰষুণ আহিব সৰকি।
আহিবলে দিয়া তৃষাৰে বাৰিষা
ধুমুহাৰ লগতে…..
হাতে হাত ধৰি আগুৱাম.
কাইটিয়া বাট বুলি যাম.
সপোনৰে দেশতে ৰৈ
জুমি চাম তোমাকে।
নানা ৰঙী মৰমৰে বাগিছাতে
ফুলে সোণাৰু বুকুতে গুপুতে
মোৰ হ’ব খোজা হেপাহৰ আঁৰে আঁৰে
নাচে চোন দুমোজা বোৰে।
ৰামধেনু সেমেকে
তুমি ৰং নাসানিলে
ডাৱৰে সানি ধৰে।
আলফুলে…… ।

