Tai kot Lyrics by Debo .This is very popular assamese song.Music and lyrics pinned by debo.
Audio Credit
- Song – Tai Kot – DEBO x Sens3i
- Singer – D E B O
- Editing- Moon Ayan
- Production : Feel it Productions
- lyrics : Debo
- Composition : Debo, Sens3i
- Recording Mixing and Mastering : FILTH FACTORY VISUALS
- Official cover art : Arindam Sekhar
Tai kot lyrics in Assamese
সময় বুৰো পাৰ হ’ল
আজিও দেখা নাই মই তাই ক’ত
আছিলে সদায় মোৰ side’ot
মোৰ বাবে লিখা কবিতা
চাৰে পাঁচ বজাৰ লগে – লগে
আমি ঘূৰি ফু ৰো bike’ot
দেখা নাই মই তাইৰ দৰে life’ot
মন মোৰ তাই লৈ যাই ride’ot
দুয়ো চন্দ্ৰতে বহি
মিলিজুলি থাকোঁ তৰা গণি গণি
চাই আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পাই
নাজানো মই, নাজানে তাই
পানীৰ দৰে সময়ো যাই
আজি তোমাক দেখা নাই
কালি সময় কোনে পাই
নাজানো মই, নাজানে তাই
পানীৰ দৰে
ride’ot
ride’ot
লৈ যাই
ride’ot
ride’ot
ride’ot
ride’ot
নিজকে তাই আজি বিচাৰে
মন ইয়াত শৰীৰ আছে ইপাৰে
ঘূৰি আহ মোৰ উকা বুকুলে
মন যাই তোৰ পৰশ পাবলে
নুখুলে মনৰ দুৱাৰ নুখুলে
প্ৰতি পল প্ৰতিবাদ কৰে অকলে
কবিতা মোৰ আজি বিয়পে
সুৱৰে টোক নীলা আখৰে
আমি ঘূৰি ফু ৰো bike’ot
দেখা নাই মই তাইৰ দৰে life’ot
মন মোৰ তাই লৈ যাই ride’ot
দুয়ো চন্দ্ৰতে বহি
মিলিজুলি থাকোঁ তৰা গণি গণি
চাই আজি তোমাক দেখা নাই
কালিৰ সময় কোনে পাই
নাজানো মই, নাজানে তাই
পানীৰ দৰে সময়ো যাই
আজি তোমাক দেখা নাই
কালি সময় কোনে পাই
নাজানো মই, নাজানে তাই
পানীৰ দৰে
ride’ot
ride’ot
লৈ যাই
ride’ot
ride’ot
লৈ যাই
ride’ot
ride’ot
ride’ot
ride’ot
বিচাৰি মই তাই ক’ত
তাই ক’ত
তাই ক’ত
তাই ক’ত
তাই ক’ত
Tai kot lyrics in English
Axomlyrics answered the most frequently asked question
Q.Who wrote the lyrics of ”Tai kot“ song?
- Debo has written the lyrics.similar song nakhyatra lyrics
Q,Who is the singer of ”Tai kot” song?
- Debo has sung the song “Tai kot”.similar Jolopropat lyrics
Q.Who is the compose “Tai kot” music?
- Debo has compose the “Tai kot” song.