Ronole Jau Lyrics by Shankuraj Konwar released on 25th march 2019.
Audio Credit
- Song : Ronole jau
- Singer : Shankuraj konwar
- album : Baartalaap
- Music/compose : Shankuraj konwar
- Label : Project Baartalaap
Ronole Jau Lyrics In Assamese
মা আজি বুকু বান্ধি মোক
উৰি যাবলে দে
তুৰ হকে আজি মোকে
তেজৰে নৈ বোৱাবলে দে
কিমান মুকে আচলৰে চুকতে
ৰাতি দিন লুকুৱাবি
এদিন তু তই আবদ্ধ
বুকুৰ দুৱাৰখন খুলিবি
এৰি দে যাবলে দে
সকলো দুখ মচি দে
এইবেলি দুনাই নেমাতিবি
শুকানে ৰাখ তুৰে চকু
যদি উভতি নাহু
মিচাতে নেচাবি বাটে পদুলিতে
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
উকা বুকু, এহাল চকু
দুৱাৰ আঁৰত ভাহে
নিভাজ হাঁহি প্ৰতিশ্ৰুতি
লগ দিয়াৰ বাবে
নৈৰ পাৰত মোকেই মনত পেলাই
উচুপো চাগে
মুৰেই অবিহনে জীয়াই থাকিব পাৰিবিনে?
এপলক শান্তিৰ মুকুতা
বিনিমৈ ৰক্ত কণিকা
সিচি সিচি আজি মৰোহি ৰল
অস্তিত্বৰে চেতনা
গুলিবিদ্ধ এই কলিজা
ৰিঙিৱাই যাবৰে বেলা
অন্তিম ক্ষণত সুৱৰালো
তোৰ হিয়াৰ ঠিকনা
মোক এৰি দে যাবলৈ দে
সকলো দুখ আজুৰি নে
বুকুতে মৰহিবো দিবি
তোৰেই মাটিত উপজিলো
একেই মাটিত সমৰিলোঁ
মিছাতে নেকান্দিবি
মোৰ সমাধিতে
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ, ৰণলে যাওঁ,
Ronole Jau Lyrics In English
Maa aji buku bandhi Muk
Uri jabole de
Tur hoke aji Muke
Tezore noi buwabole de
Kiman muke asolore sukote
Rati din lukuwabi….
Edin tu toi abodhya
Bukure duwar khon khulibi
Eri de jabole de
Xokolu dukh mosi de
Eibeli dunai nematibi
Xukane rakh ture soku
Jodi ubhoti nahu
Misate nesabi baat podulite
……….Ronole Jau……….
Uka buku, Ehal soku
Dhuwar aarot bhahe
Nibhaj hahi protishruti
Log diyar babe……
Noir parot mukei monot pelai
Usupo saage
Murei obihone jiyai thakibo
Paribine??
Epolok Hantir mukuta
Binimoi Rokto konika
Xisi xisi aaji morohi rol
Ostitto re chetana
Gulibiddho ei kolija..
Ringiwai jabore bela
Ontim khyan ot xuworalu
Tur hiyare thikona
Muk eri de jabole de
Xokolu dukh ajuri ne
Bukute morohibo dibi
Turei matit upojilu
Ekei matit xamorilu
Misate nekandibi
Mur xomadhite
……….Ronole Jau……….
Axomlyrics answered the most frequently asked question
Q.Who wrote the lyrics of ”Ronole Jau“ song?
- Shankuraj Konwar has written the lyrics.similar song nilanjana lyrics nakhyatra lyrics
Q,Who is the singer of ”Ronole Jau” song?
- Shankuraj Konwar has sung the song “Ronole Jau”.similar Maaz Mixa lyrics , Jolopropat lyrics
Q.Who has composed “Ronole Jau” music?
- Shankuraj Konwar has composed the “Ronole Jau” music.Similar Ki bedonate lyrics, baartalaap lyrics