Radhachura Lyrics by Prabin Borah is a newly released Assamese song music also given by Debabrat Dutta. The latest song Radhachura lyrics are written by Deeg Diganta.
Radhachura Song Details:
Song: | Radhachura |
Singer(s): | Prabin Borah |
Musician(s): | Debabrat Dutta |
Written by: | Deeg Diganta |
Label(©): | Prabin Borah |
Radhachura Lyrics
ৰাধাচূড়াৰ ফুলৰ পাহিত
জিলিকে তোমাৰে মুখ
বকুৱেদি বাগৰে
অময়া অময়া সুখ
প্ৰেমৰ সুৰভি তাতেই
এপাহ দুপাহ সৰে
এবাৰ চকুৰে চালেই
হৃদয় মোৰ শাত পৰে
শুকুলা ডাৱৰ
প্ৰণয় বাখৰ
গালে মুখে ৰং সানে
চায়া পোহৰ
দৰদী আখৰ
বুকুতে গোপনে বাগৰে
কোনোবা নদীৰ ঘাটত
সাৰ পায় কাৰ মাতত
Radhachura Song Video
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!