Probhati Lyrics – Bhaskar Opswel

Probhati Lyrics by Bhaskar Opswel  is a newly released Assamese song music also given by Bhaskar Opswel. The latest song Probhati lyrics are written by Bijit Pratim Deka & Bhaskar Opswel. The song was published by Bhaskar Opswel.

Probhati Lyrics - Bhaskar Opswel

Probhati Song Details:

Song: Probhati
Singer(s): Bhaskar Opswel
Musician(s): Bhaskar Opswel
Written by: Bijit Pratim Deka & Bhaskar Opswel
Label(©): Bhaskar Opswel

Probhati Lyrics

প্ৰভাতী সূৰুযে আহি দুগালক জোকালে
প্ৰভাতী পক্ষীয়ে আহি মধু-ৰাগ জুৰিলে
পদূলিৰ বকুল সৰা সুৱাসে
আইৰে কোমল দুভৰিক চুমিলে
প্ৰভাতী সূৰুযে আহি দুগালক জোকালে
প্ৰভাতী পক্ষীয়ে আহি মধু-ৰাগ জুৰিলে…..

বাটে চাই ৰঁও তোমালে মই,তুমি আহিবা বুলি
ৰূপৰ এজাক গুনগুননি খোজতে দিবা সানি
বাউলী অলকা জ্বলে কপালত
ৰ’দালি কোমল পৰশ মন চোতালত
প্ৰভাতী সূৰুযে আহি দুগালক চুমিলে
প্ৰভাতী পক্ষীয়ে আহি কিনো ৰাগ জুৰিলে…

দুচকুৰ কি চাৱনি, বুজি নোপোৱা কাহিনী
পলকতে দুচকুৱে কিনো কৈ যায়
অ’ মোৰে পুৱাৰ ৰ’দালি,লোৱাহি মৰম বুটলি
বুকুলে দলিচা পাৰে আজি পদূলিত
বুকুলে দলিচা পাৰে আজি পদূলিত….
প্ৰভাতী সূৰুযে আহি দুগালক চুমিলে
প্ৰভাতী পক্ষীয়ে আহি কিনো ৰাগ জুৰিলে…!!!

Probhati Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!