Pakhitei Pakhi Logai Lyrics, sung by Zubeen Garg. Music by Arup Dutta. Featuring Utpal Das & Rimpi Das. This song is from Zubeen’s “Jonaki Mon” album.
Song Details
- Song: PAKHITEI PAKHI LOGAI
- Album: JONAKI MON
- Singer: ZUBEEN GARG
- Music: ARUP DUTTA
- Label: NK Production
- Cast: UTPAL DAS, RIMPI DAS
Pakhitei Pakhi Logai Lyrics
(পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন) -2x
এথৰ দুথৰ মোৰ হেপাহৰ
মুঠি এমুঠি তোমাৰ আদৰৰ
তাতেই নাচি ৰ’ব দুই জোনাকি মন
পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
…Music…
(কোন অমানিশা কোনোবা এন্ধাৰে
আগচিব খুজিলে মোক অজানিতে) -2x
তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি
ইটো সিটো কৈ বহুটো আশা
তোমাৰ সহাৰিতে জিৰাব খোজা
তাতেই বাকি দিয়া এফেৰি মৰম
পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
…Music…
(দেই পুৰি নিয়া মোৰো সীমনা
ৰৈ আছো জানানে তোমাৰে ভৰষাত) -2x
নোৱাৰো এখোজো দিবলে
অকলসৰে মই অকলে
আহোতে আহা সপোন এটি হৈ
যাও বুলি গ’লে বুকু ভাঙে ঐ
নেলাগে নেলাগে বেলেগে মৰম
পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
[crp]
Music Video Of Pakhitei Pakhi Logai Song

