OKUA POKUA LYRICS BY PRIYANKA BHARALI
Song Credits
- Vocals: Priyanka Bharali
- Music: Jayanta Kakati (DJ JAYANT)
- Lyrics: Byzt
- Choreography: Pankaj Ingti
OKUA POKUA LYRICS IN ASSAMESE
অকুৱা পকুৱা মোৰ মনৰে ভাবনা
আধা কেঁচা যৌৱন মোৰ তুলৈয়ে বলিয়া
এই অকুৱা পকুৱা মোৰ মনৰে ভাবনা
আধা কেঁচা যৌৱন মোৰ তুলৈয়ে বলিয়া
এবাৰ নেদেখিলে তোক বুকুৰে বহনা
ধক ধক্ মাৰে মোৰে বিন্ধে কলিজা
অকুৱা পকুৱা মোৰ মনৰে ভাবনা
আধা কেঁচা যৌৱন মোৰ তুলৈয়ে বলিয়া
অ প্ৰেমৰে লুকা চুৰি খেল
খেল কিমান আৰু নো খেলিবি
অ বহাগতে লৈ যাবি
নিজৰ কৰি মোক এইবেলি….2x
মাৰক কবি চাইছো বুলি
লখিমী বোৱৰী
পাত্তা নাপাই সৰগৰে কোনো অপেস্বৰি
অকুৱা পকুৱা মোৰ মনৰে ভাবনা
আধা কেঁচা যৌৱন মোৰ তুলৈয়ে বলিয়া
পাহাৰৰে কপৌ ফুল
নেলাগে তই দিব আনি
কাষতে থাক অলপ বহি
মনৰ কথা কম তোক খুলি
পাহাহৰৰে কপৌ ফুল
নালাগে তই দিব আনি
অ তোৰে কথা ভাবি ভাবি
টোপনি ক্ষতি
তোক নাপালে মই বাপেকে
জেং কৰিম আজি
অকুৱা পকুৱা মোৰ মনৰে ভাবনা
আধা কেঁচা যৌৱন মোৰ তুলৈয়ে বলিয়া ২x