Nohoba Dur Lyrics by Prabin Borah is a newly released Assamese song music also given by Prabin Borah. The latest song Nohoba Dur lyrics are written by Prabin Borah.
Nohoba Dur Song Details:
Song: | Nohoba Dur |
Singer(s): | Prabin Borah |
Musician(s): | Prabin Borah |
Written by: | Prabin Borah |
Label(©): | Prabin Borah |
Nohoba Dur Lyrics
নিৰিবিলি
বতাহে পৰশিছে মোক
শিয়ৰি উঠেচোন মন,
মোৰ মন,
মাজৰাতি
কামনা জাগিছে মোৰ
বিয়পি পৰিবৰ মন
মোৰ মন
তুমি
দূৰত
বাকি
আছানি
এপিয়লা মৰম!
ন’হবা দূৰ…
নোৱাৰো মই
ভাগৰো বাগৰি
মোৰে শেতেলীত
তুমি অবিহনে
ন’হবা দূৰ…
ওওও…
আঙুলিতে চুমি
শূণ্যতে বগাওঁ
লয়লাসে
হেৰাওঁ,
সাৱটিব খুজি
কাষতে নেপাওঁ
লয়লাসে
হেৰাওঁ
বনৰীয়া হেপাঁহ জাগিছে মোৰ
অজানিতে
ন’হবা দূৰ
নোৱাৰো মই
ভাগৰো বাগৰি
মোৰে শেতেলীত
তুমি অবিহনে
ন’হবা দূৰ…
ওওও…