Nila Nila Dusokute Lyrics, sung by Zubeen Garg & Priyanka Bharali. Featuring Utpal Das & Munmi Kalita. Romantic Assamese Song.
Song Details
- Song : NILA NILA DUSOKUTE
- Album: JAANMONI FEATURE FILM
- Singer: ZUBEEN GARG, PRIYANKA BHARALI
- Label: NK Production
- Cast : UTPAL DAS, MUNMI KALITA
Nila Nila Dusokute Lyrics In Assamese
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়
মোৰো একেই ভাৱনা মনত, প্ৰাণত
মোৰো একেই শিহৰণ দেহত, তেজত
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো -3x
কোৱা নহয়
মায়া লৈ বুকুতে বোৱালা
মায়া জাগিছে সোণ তোমালৈ
সাতুৰি সাতুৰি ফুৰিবৰ মন মেলিছো ঐ সছাকৈ
ৰুপালি বতাহে আচলত ৰৈ ৰৈ নাচে
পিৰীতি পিৰীতি মনে চোন পাখি মেলি উৰে
মোৰো প্ৰেমৰ ঠিকনা মনত, প্ৰাণত
মোৰো একেই শিহৰণ দেহত, তেজত
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়
ঐ খাগৰি ৰিৰিয়া বাহিটি বজাই মাতিম মই তোমাক
লুইতৰ তুলবুল তুলবুল ধৌৰে দুইও ভতিয়াম নাওতে
সোনাৰু লাগে মোক
দিয়া নে ফুল হালধীয়া
লোৱা যৌৱনক হ’লো নে মই মোহনিয়া
মোৰ ফাগুন নামিছে প্ৰাণত
মোৰো একেই শিহৰণ মনত, তেজত
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়
[crp]
Music Video Of Nila Nila Dusokute Song

