Mure Bharotore Lyrics (মোৰে ভাৰতৰে) by Jyoti Prasad Agarwala.Super Hit Jyoti Sangeet. Old Assamese golden Collection.
Mure Bharotore Song Details:
- Song Name: Mure Bharotore
- Singer: Jyoti Prasad Agarwala
- Album: Jyoti Sangeet
Mure Bharotore Lyrics In Assamese
মোৰে ভাৰতৰে, মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি
মোৰে ভাৰতৰে, মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি
সেউজীয়া বনতে, সেউজীয়া মনতে
সেউজীয়া বনতে, সেউজীয়া মনতে
বিকশি প্ৰকাশি উত্থান, বিকশি প্ৰকাশি উত্থান
নৱ জন জীৱনৰে, অভিনৱ জ্যোতি
নৱ জন জীৱনৰে, অভিনৱ জ্যোতি
মোৰে ভাৰতৰে, মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি ।
আজি শিল্পী মনৰ প্ৰণতি, আজি শিল্পী প্ৰাণৰ ভকতি
আজি শিল্পী মনৰ প্ৰণতি, আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী, অনন্ত বিজয়ী
জয় অজেয় আলোকময় বিশ্বৰূপী, অনন্ত বিজয়ী
জন গণ মন মুকুতি, জন গণ মন মুকুতি
প্ৰণতি প্ৰণতি, প্ৰণতি প্ৰণতি, প্ৰণতি প্ৰণতি ।