Motoliya Lyrics
- Song – MOTOLIYA
- Vocals/Composition/Lyrics – Sannidhya Bhuyan
- Music – Aarxslan Album
- Art / Video – Rituporn Gogoi
- Label – Sannidhya Bhuyan
Motoliya Lyrics In Assamese
মিঠা মিঠা কথাৰে মন উপচাই,
লাজুকী চাৱনিৰে বেথা পাহৰায়!
হৃদয়েৰে অহা-যোৱা কৰা সঘনাই…
মিঠা মিঠা কথাৰে মন উপচাই,
লাজুকী চাৱনিৰে বেথা পাহৰায়!
হৃদয়েৰে অহা-যোৱা কৰা সঘনাই
মোৰ হৃদয়ে আজি নাচিছে উলাহতে,
বিচাৰে তোমাক সদায় কাষৰতে!
মতলীয়া (motoliya) এই মন আজি তোমাতে মগন,
প্ৰতিদিন প্ৰতি নিশা ভাবে তোমাৰ কথাকে..!
ফাগুনৰ উতনুৱা এই পছোৱাই,
অজানিতে তোমাৰেই বাতৰি বিলায়!
ভাগৰুৱা হৃদয়ৰ দুখ পাহৰায়…
হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে,
প্ৰণয়ৰ ৰঙ সানে গোপনে গোপনে!
দুটি প্ৰাণৰ মিলন
হ’ল মধুৰ লগণ!
মোৰ জীৱন জীপাল কৰে,
তোমাৰ আগমণে.
similar maaz nixa lyrics,xuronjona lyrics,