Morome Moromok Bisare Lyrics – Tumi Je Abhimani

Morome Moromok Bisare Lyrics – Mizzu Mizanoor & Aakangkhya Das is the latest Assamese song music also given by Pinkal Pratyush. Morome Moromok Bisare Lyrics are written by Kishor Baruah & Punam Nath.

Morome Moromok Bisare Lyrics

Morome Moromok Bisare Song Details:

Song: Morome Moromok Bisare
Movie: Tumi Je Abhimani
Singer: Mizzu Mizanoor & Aakangkhya Das
Music: Pinkal Pratyush
Lyrics: Kishor Baruah & Punam Nath

Morome Moromok Bisare Lyrics

নকলেও মই বুজা, তোমাৰ মনৰ ভাষা,
বুকুতে আটি বন্ধা, ভাৱনাৰ ক’ত কথা,
তুমি আৰু মই ভবা, নতুনৰে সুৰ মায়া,
কওঁ নে তুমি ক’বা, মৰমৰ অবুজ ভাষা,

বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক’ম ক’ম বুলি ভাবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে

তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে

অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোণ
মৰমে মৰমক বিচাৰে জানানে

সপোন সপোন কিয় লাগে মোৰ
যদিও তুমি কাষৰতে

আলসুৱা নিবিড় আবেগ বোৰ
দিঠক হ’বলে দিয়ানা

বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক’ম ক’ম বুলি ভবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে

তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে

অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে

Morome Moromok Bisare Music Video