Moloyar dupakhit lyrics full | TANBEER MASHUP | Best Of 2020 ||

MOLOYAR DUPAKHIT Lyrics a love mashup of ZUBEEN GARG’S old songs by TANBEER MASHOOQ ft. RUSMITA CHETIA & KASTURI NATH. The Original song sung by Zubeen garg And tarali sarma in Hiya diya niya (2001) movie

Moloyar Dupakhit Lyrics Audio Credit

  • Audio production – Paradise sound (tony/tanbeer)
  • Singer: TANBEER MASHOOQ
  • Music Composed & Produced: BHASKAR OPSWEL
  • production manager – TONY MINUWAL
  • Mix & Master: Nilotpal xobdo
  • Flute: Lakhinandan lahan
  • Guitar – Tiku boro
  • song : Moloyar dupakhit lyrics

Moloyar Dupakhit Lyrics (Mashup) in Assamese

মলয়াৰ দু-পাখিত
মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে
তুমি আদৰি ল’বা
পালোঁ বতৰা
কি যে বুকু ভৰা
মোৰে মন বননিত
তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ
হোৱা যুৰিয়া
তুমি মোৰে
তুমি মোৰে যে
ক’ত জনমৰে মোৰ
আপোন যে
তুমি সুৱাস
তুমি সপোন
মোৰ আকাশৰে তুমি
পোহৰ যেন
মনে আজি পাখি মেলে
পছোৱা কিনো ৰঙে হিয়া ভৰে
মিঠা মিঠা আজি সপোনৰে
অজানিতে চোৱা মন ভৰে
দূৰণিৰে তৰাতিহে যেন
জ্বলিলেহি আজি মনে মনে
হৃদয়তো কি যে বুকু ভৰে
বুকু ভৰা বহু মৰমৰে
(Music)..
মই আছোঁ তোমাৰেই
দুচকুৰে পাহিতে
চাওঁ ৰোৱা দু-চকু জপাই
মতলীয়া বতাহে..
উৰি আহি কলে যে
পাহাৰৰে চুৰাকে
মেঘে মেঘে যাচেঁ হিয়াৰে আদৰ
জুৰিটিয়ে বেগেৰে
শিৰে শিৰে জঁপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা পিৰীতিৰ নাই ভাগৰ
আবেগৰ ৰাগি বতাহত উৰে চৌদিশে..
মই কিনো কৰোঁ
তুমি নাই মোৰ কাষতে..
বিচাৰিছোঁ কাষৰতে
সদায়ে তোমাক
হ’লাহি কি বুকুৰ আপোন
নকওঁ মই আনক
ফুলিব দিয়া তুমি মোৰে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
তৰুণী হেঁপাহক
বিচাৰিছোঁ কাষৰতে
সদায়ে তোমাক
হ’লাহি কি বুকুৰ আপোন
নকওঁ মই আনক।

Moloyar Dupakhit Lyrics (Original) in Assamese

মলয়াৰ দোপাখিত মোৰ ম’নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালো বতৰা কিযে বুকো ভৰা
মোৰো মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
শুৰে শুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম’নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
অনুভবি হিয়াটো দুচকু হিমনাটো
যাযাবৰী ভাৱনটো তুমিহে আছা
পুৱতিৰে কুলাটো সন্ধিয়াৰে আচলতো
বাৰে বাৰে বিচাৰোঁ কাষলে আহা
আহিছো আহিছো তুমি মোলে চোৱা
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম’নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালোঁ তোমাৰ বতৰা কিযে বুকো ভৰা
মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া
উৰো উৰো উষাহে দূৰো দূৰো বুকুৱে
মোৰো মৰো হেপাহে তুমাকে ধিয়াই
নাচো নাচো পুহৰে জ্বলোঁ জ্বলোঁ সূৰুযে
ফুলোঁ ফুলোঁ ফুলেও তুমাৰ কথা কই
আছো কাষতে দুহাতে বিচাৰি লোৱা
তেজে তেজে তুমি মোৰ হোৱা সুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম’নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা
পালো বতৰা কিযে বুকো ভৰা
মোৰো মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
শুৰে শুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা যুৰীয়া
মলয়াৰ দোপাখিত মোৰ ম’নৰ বতৰা
পথিয়ালো তুমালে তুমি আডৰি লবা

Moloyar Dupakhit Lyrics (Original) in English

moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
anubhobi hiyatu dusoku himonatu
jajabori bhabonatu tumihe aasa
puwotire kulaatu hondhiyare aasolotu
bare bare bisaru kaakhole aaha
ahisu ahisu tumi mule suwa
teje teje tumi mur huwa juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu tumar botora kije buku bhora
mure mon bononit tulile dhow huriya
uru uru ukhahe duru duru bukue
moru moru hepahe tumake dhiyaai
naasu naasu puhore jolu jolu huruje
phulu phulu phuleu tumar kotha koi
aasu kaakhote duhate bisaari luwa
teje teje tumi mur hua huriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba

Moloyar Dupakhit Lyrics (Mashup) in English

Moloyar dupaakhit

Mur monor botoraa

Pothiaalu tumaale

Tumi aadori loba

Palu botora

Ki je buku bhoraa

Mure mon bononit

Tulile dhou huriyaa

Gaane gaane tumi mur

Xure xure tumi mur

Dure dure noroba mur

Paau jen kaakhote mur

Hua juriyaa

Tumi mure

Tumi mure jen

Koto jonomore mur

Aapun je

Tumi hubaakh

Tumi xopun

Mur aakakhore tumi

Puhor jen

Mone aji paakhi mele

Posuwaa kinu ronge hiya bhore

Mitha mitha aji xopunore

Ojaanite suwa mon bhore

Duronire toraatihe jen

Jolilehi aji mone mone

Hridoyotu ki je buku bhore

Buku bhoraa bohu moromere

Moi asu tumaarei

Dusokure paahite

Saau rua dusoku jopaai

Motoliya botaahe

Uri aahi kole je

Pahaarore suraake

Meghe meghe jaase hiyaare aador

Juritiye begere

Xile xile jopiyaai

Aabegere koi jaai

Huna huna piritir nai bhaagor

Aabegor raagi botaahot ure soudikhe

Moi kinu koru

Tumi nai mur kaakhote

Bisarisu kaakhorote

Hodaaye tumaak

Holaahi ki bukur aapun

Nokou moi aanok

Phulibo diya tumi mure

Omoya moromok

Naasibo diya dusokute

Toruni hepaahok

Bisarisu kaakhorote

Hodaaye tumaak

Holaahi ki bukur aapun

Nokou moi aanok

Leave a Reply

error: Content is protected !!