মই আজি সংগীবিহীন Moi Aaji Xongibihin Lyrics – Pulak Banerjee

Moi Aaji Xongibihin Lyrics, sung by Pulak Banerjee. Lyrics pinned by Ruby Singha. Music by Ajit Singha. Featuring Nipon Goswami. Old Assamese Golden Collection. From the movie Duronir Rong (1979).

Moi Aaji Xongibihin Lyrics

Song Credits

  • An Assamese film by Jones Moholoiya
  • Song: Moi Aaji Xongibihin
  • Singer: Pulak Banerjee
  • Album: দূৰণিৰ ৰং
  • Music: Ajit Singha
  • Lyrics: by Singha Pulak Banerjee

Moi Aaji Xongibihin Lyrics

মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত)²
অ’ সোঁৱৰণী নিদিবি আমনি
হাঁহি কান্দোনৰ কত যে খেলা
নালাগে নাচাওঁ আৰু
হেঙুলী সপোন ক’তে যে হেৰাল
নালাগে নিবিচাৰোঁ
(আশাৰে তৰি কত হেঁপাহেৰে)²
দিছিলো উটুৱাই
নিষ্ঠুৰ ধুমুহাই দিলেহি ডুবাই
মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত
অ’ সোঁৱৰণী নিদিবি আমনি
(হেৰুৱা দিনৰে নিকৰুণ কাহিনী)²
নাহিবি মনলে মিছাতে আকৌ
হিয়া মোৰ দহিবলে
নাহিবি মনলে মিছাতে আকৌ
হিয়া দহিবলে
পাহৰণিয়ে মোক দিবহি জুৰণি
অ’ সোঁৱৰণী নিদিবি আমনি
মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত
অ’ সোঁৱৰণী নিদিবি আমনি।

[crp]

Music Video Of Moi Aaji Xongibihin Song