Log Diyar Kotha Asil Lyrics, sung by Dr. Anima Choudhury. Lyrics pinned by Apurba Bezbaruah. Music by Bijan Bhuyan. Old Assamese Golden Collection.
Song Credits
- Song: Log Diyar Kotha Assil
- Album: ANUPAMA TUMI MUR
- Singer: Dr. Anima Choudhury
- Lyrics: Apurba Bezbaruah
- Music: Bijan Bhuyan
Log Diyar Kotha Asil Lyrics In Assamese
লগ দিয়াৰ কথা আাছিল
নৈৰে ঘাটত
লগ দিয়াৰ কথা আাছিল
নৈৰে ঘাটত
এ.নোৱাৰোঁ যাব চেনাই ঐ
আই আছে বহি
অ, পিৰালি মুখত
আই আছে বহি
অ, পিৰালি মুখত
লগ পোৱাৰ কথা আাছিল
আহঁতৰ তলত
লগ পোৱাৰ কথা আাছিল
আহঁতৰ তলত
নোৱাৰোঁ যাব জান ঐ
পিতাই আছে ৰৈ
অ, পদূলি মুখত
পিতাই আছে ৰৈ
অ, পদূলি মুখত
….Music….
তোৰে কাষলৈ
নোৱাৰি যাব
বন জুই জ্বলিছে গাত
একোতে নবহে মন
মোৰে চেনাই ঐ
এ, দেহা মন ইচাত বিচাত
তোৰে কাষলৈ
নোৱাৰি যাব
এ,বন জুই জ্বলিছে গাত
একোতে নবহে মন
মোৰে চেনাই ঐ
এ, দেহা মন ইচাত বিচাত
শোকে খুন্দা মাৰে
কুমলীয়া কলিজাত
শোকে খুন্দা মাৰে
কুমলীয়া কলিজাত
লগ দিয়াৰ কথা আছিল
নৈৰে ঘাটত
লগ দিয়াৰ কথা আাছিল
নৈৰে ঘাটত
এ.নোৱাৰোঁ যাব চেনাই ঐ
আই আছে বহি
অ, পিৰালি মুখত
পিতাই আছে ৰৈ
অ, পদূলি মুখত
…Music…
ছেগ চাই এবাৰ
যাব খোঁজোতেই
ককায়ে দিলেহি বাধা
পিৰিতিৰে জুই
ছাটি ফুটি দেহা
হিয়াতে মৰিছো আাধা
ছেগ চাই এবাৰ
যাব খোঁজোতেই
ককায়ে দিলেহি বাধা
পিৰিতিৰে জুই
ছাটি ফুটি দেহা
হিয়াতে মৰিছো আাধা
নেদেখি তোকে চেনাই
কলিজা নপৰে শাত
নেদেখি তোকে চেনাই
কলিজা নপৰে শাত
লগ দিয়াৰ কথা আাছিল
নৈৰে ঘাটত
লগ দিয়াৰ কথা আাছিল
নৈৰে ঘাটত
এ. নোৱাৰোঁ যাব চেনাই ঐ
আই আছে বহি
অ, পিৰালি মুখত
আই আছে বহি
অ, পিৰালি মুখত
লগ পোৱাৰ কথা আছিল
আহঁতৰ তলত
লগ পোৱাৰ কথা আছিল
আহঁতৰ তলত
নোৱাৰোঁ যাব জান ঐ
পিতাই আছে ৰৈ
অ, পদূলি মুখত
আই আছে বহি
অ, পিৰালি মুখত
পিতাই আছে ৰৈ
অ, পদূলি মুখত
আই আছে বহি
অ, পিৰালি মুখত
[crp]
Music Video Of Log Diyar Kotha Asil Song