Meghe Gir Gir Kore Lyrics in both Assamese & English Language, sung by Bhupen Hazarika. Old Assamese Golden Collection.
| Song: | Meghe Gir Gir Kore |
| Singer(s): | Bhupen Hazarika |
| Musician(s): | Bhupen Hazarika |
| Written by: | Bhupen Hazarika |
| Label(©): | Saregama |
Meghe Gir Gir Kore Lyrics
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
বা লাগি আগলতী কলাপাত লৰে
এজাক যেন বৰষুণ
আহো আহো কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
হিৰ্ হিৰ্ মেঘে কৰে….
বহুদিনে চন পৰা
মোৰ গাঁৱৰ মাটিডৰা
চহ কৰি সেউজ কৰিম
আনন্দে নধৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে….
ধান নিদিওঁ ঋণো নলওঁ
সুদ নিদিওঁ আৰু,
ধান নিদিওঁ ঋণো নলওঁ
সুদ নিদিওঁ আৰু,
মহাজনৰ নিঠুৰ বুধি
সহো কেলেই বাৰু,
বহুতো যে ঘাম সৰালো
তেজো বুকুৰ বহু দিলো
কাঁচী খনত শান দিলো
সাহস সৰি পৰে….
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
এজাক যেন বৰষুণ
আহো আহো কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে,
মেঘে গিৰ্ গিৰ্ কৰে
হিৰ্ হিৰ্ মেঘে কৰে,
আহা মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্ মেঘে কৰে….
Meghe Gir Gir Kore Lyrics In English
Meghe gir gir kore

