Mayur Pakhi Lyrics In Assamese. Sung by ZUBEEN GARG And Beauty Talukdar. Published on 18th November 2019. Popular Assamese Song.
Audio Credits
Song-Mayur Pakhi
Singer- Zubeen Garg & Beauty Talukdar
Lyrics & Tune – Deeg Diganta
Music- Akash Nibir Buragohain (Sonic Waves Studio)
Mix & Mastered- Diganta Bordoloi
Label: AC MULTIMEDIA
Mayur Pakhi Lyrics in Assamese
ময়ূৰ পাখিৰে কবিতা লিখিলোঁ
শিতানত সাচিলো সপোন
ৰঙা আবিৰৰ ৰং নো সানি লৈ
কলিজাত বাকিলো প্ৰণয়
মনে মনে সোমালাহি তুমি
ভাজে ভাজে বুকুত
শিপালাহি তুমি
সেউজ পৰশেৰে
সপোন সৰগতে
সুবাস শেৱালিৰে
ফাগুন বতাহতে
উৰি যাব দিয়া মোক তুমি
মিলি যাব দিয়া মোক নদীত
উশাহে নিশাহে বিয়পে চোন
নিজানে নিতালে কৈ যায় চোন
ভাবনাৰে বলুকাতে
হেপাহৰে সীমনাতে
হৃদয় জোৰাই যোৱা
আজি মোৰ
শুব দিয়া তোমাৰ দুবাহুত
[crp]
Music Vedio Of Moyur Pakhi Song

