মাথো তুমি Mathu Tumi Lyrics – Best Of Papon |

Mathu Tumi Lyrics In Assamese, sung by Papon. Lyrics & Composed by Rajdweep. Music by Pulak Nath. Mix/Master by Diganta Bordoloi.

Song Details

Song: Mathu Tumi
Singer: Papon
Lyrics & Composition: Rajdweep
Album: Best Of Luck (Kahinoor Theatre)
Music Production: Pulak Nath
Language: Assamese and English
Mixing & Mastering: Diganta Bordoloi
Music Label: Times Music

Mathu Tumi Lyrics In Assamese

মোৰ হিয়াৰ ভাজে ভাজে তুমি
মাথো তুমি
ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি
যদিও দূৰ এই আকাশ
তুমিতো ওচৰ
তুমিয়ে জোনাকী মোৰ
দিয়া পোহৰ
তুমি নহ’লে এই চহৰ লাগে
সমাধি এই সপোনৰ
জুমি চাওঁ তোমাৰ দুচকুলে
বিচাৰো নদী মৰমৰ
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি
তোমাৰ কাষত কিনো পাওঁ নুসুধিবা
নিৰৱ উঠে নকলেও
বুজিটো পোৱা
তুমি পৰি মোৰ সৰগৰ
এচুৱা আকাশ মৰমৰ
ৰৈ যোৱানা বুকুতে মোৰ
বৰষা তুমি সৰতৰ
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি
ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে
তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি

Mathu Tumi Lyrics In English

Mur hiyar bahje bahje tumi
Mathu tumi
Runjun ei hridoyot
xobdo kar paayelor xoghone,
Dinbur etiya tumar
Ratiyeu aane juwaar gupone
Tumi xopun mur
Tumi Jibon mur uxahotu asa tumi
Mure hiyar bhaje bhaje
Mathu tumi
Mathu tumi
Jodiu dur ei akaax tumi tu usor
Tumiye junaki mur diya puhor,
Tumi nohole ei sohor lage xomadhi xopunor
Jumi sau tumar duisokule bisaru nodi moromor
Tumi xopun mur tumi jibon mur
Uxhahotu aasa tumi,
Mure hiyar bhaje bhaje
Mathu tumi
Mathu tumi
Tumar kaxot kinu pau nuxudiba
Nirob uthe nokoleu bujitu puwa,
Tumi pori mur xorogor esua akax moromor
Roi juwana bukute mur boroxa tumi Xorotor.
Tumi xopun mur
Tumi jibon mur
Uxahotu asa tumi
Mure hiyar bhaje bhaje
Mathu tumi
Mathu tumi
Runjun ei hridoyot
xobdo kar paayelor xoghone
Dinbur atiya tumar
Ratiyeu aane juwaar gupone
Tumi xopun mur
Tumi jibon mur
Uxahotu asa tumi,
Mure hiyar bhaje bhaje
Mathu Tumi
Mathu Tumi
Music Video Of Mathu Tumi Song