Kopi Uthe Kio Tajmahal Lyrics by Bhupen Hazarika and Lata Mangeshkar. This is a very romantic old Assamese song from the movie Siraj (চিৰাজ) of 1988. Remake Film of Siraj (1948).
Audio Credit
- Song : kopi uthe kio tajmahal
- Singer : Bhupen Hazarika and Lata Mangeshkar
- Album : Siraj
- Lyrics : Bhupen Hazarika
- Music Label : Sony ATV Publishing
Kopi uthe kio Tajmahal Lyrics
হায় হায় হায়
কঁপি উঠে কিয় তাজমহল ?
পুৱতি নিশাৰ আজানৰ সʼতে আজান
যমুনাত তুলি
শত-ধুমুহাৰ কোলাহল
তাজমহল! তাজমহল!!
ই যে ছাহজাহানৰ হিয়াৰ আজান
অʼ মমতাজ জান!
অকলশৰীয়া হায়
কান্দে তোৰ ছাহজাহান।।
মমতাজে কয় উচুপি উচুপি
মমতাজে কয় সমাধিত বহি
প্ৰেমিক প্ৰিয় ছাহজাহান
দুঃখ হʼল অৱসান
আশাৰ ফলিল ফল
গঢ়িলোঁ তাজমহল
তাজমহল! তাজমহল!!