Koliya Meghe Lyrics In Assamese, sung by Zubeen Garg. Assamese Sad Song. Featuring Utpal Das & Meghranjini Medhi.
Audio Credits
- Song : Koliya Meghe Dhakise o’
- Singer : Zubeen Garg
- Album : Abhimani Mon
- Cast: Utpal Das & Meghranjini Medhi
- Label : NK Production
Koliya Meghe Lyrics in Assamese
কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
(আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো) -2x
কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ…
হিয়াৰে ভৰালত মৰম শালিধান
ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান
আকুলতাত দিয়াহি মোক এষাৰি মাতে
ঐ মোলৈ নোচোৱা নে
কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ…
কাষত ৰ’লেও আজি দুৰে দুৰে যেন পাও
ভুল ক’ত কি বাৰু বিছাৰি নাপাও
ভালপোৱা বোৰে কয় মই তোমাৰে
ঐ জনমে জনমে
কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
(আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো) -2x
(কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ) -3x
Music Video Of Koliya Meghe Dhakise Song
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!