Koi Jowa Lyrics by Gautam Kalita is a newly released Assamese song music also given by Harshraj Pathak. The latest song Koi Jowa lyrics are written by Pritom Nath.
Koi Jowa Song Details:
Song: | Koi Jowa |
Singer(s): | Gautam Kalita |
Musician(s): | Harshraj Pathak |
Written by: | Pritom Nath |
Label(©): | Gautam’s Creation |
Koi Jowa Lyrics
তুমি ৰৈ যোৱা ৰৈ যোৱা
মনৰে মাজতে জানা গোপনে
চিৰজীৱনলৈ
তুমি বৈ যোৱা বৈ যোৱা
এখনি বোৱতী নৈ হৈ
মোৰে বুকুৰে মাজলৈ
তুমি কৈ যোৱা কৈ যোৱা
মনৰে কথাটি সঁচাকে তোমাৰে
তুমি দি যোৱা দি যোৱা
বতৰা জানানে আমাৰে প্ৰেমৰে l
মনত আহে হেজাৰ সপোন তোমাৰে
যদি পাওঁ দিঠকতে তোমাক সঁচাকে
তুমি আহি পুৰাবা জানোঁ মোৰ মনৰ আশাকে?
মনৰে মাজতে আছে লিখা
ভালপোৱাৰে অযুত কবিতা
হৃদয়ৰ ভাজতে আছে জানা
সাঁচি থোৱা ভালপোৱাৰে মালিতা l
শয়নত আহি তুমি মোক চোৱা
মুখনি হাঁহিৰে ভৰা
লোৱা মোৰ প্ৰেমৰ বতৰা
তোমাৰো কৈ যোৱানা