Kasijun Lyrics – Minakshi Madhupriya & Akash Pritom

Kasijun Lyrics (Tumare Oi Hahite) by Minakshi Madhupriya & Akash Pritom is a Newly released Assamese song. Kasijun Lyrics are written by Akash Pritom while the song music is given by Akash Pritom.

Kasijun Lyrics

Kasijun Song Details:

Song: Kasijun
Singer(s): Minakshi Madhupriya & Akash Pritom
Musician(s): Akash Pritom
Written by: Akash Pritom
Label: Akash Pritom

Kasijun Lyrics

তোমাৰে ঐ হাঁহিতে দেখো কাঁচিজোন
বাৰে বাৰে প্ৰেমতে পৰি থাকোঁ চোন
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ চাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

অ’ প্ৰেমৰে দৰিকা বুকুতে আছে যে বৈ
মোৰ কেঁচা কলিজাখন তুমি কাঢ়ি নিলা ঐ
তোমাৰ মিঠা হাঁহিতে উজুটি খালোঁ যে মই
মোৰ বলিয়া যৌৱনক খামুচি ধৰিলা ঐ
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰচাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

তুমি চালে দুচকুলে নাজানো কি হৈ যায়
একোতে মন নবহে নাজানো কিহে পাই
আধৰোৱা কলিজাখন দিবানে আহি পুৰায়
তোমাৰ পৰা নিদিবা মোকেনো আঁতৰাই
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰচাপি সাৱতি ল’বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ’লো
এ হয় মই তোমাকে বাছি বাছি ল’লো

Kasijun Song Video

Share it:
Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!