KALIZA LYRICS & DOWNLOAD | UTPAL DAS BANDITA ft GITALI, DEBAJIT BORAH |

KALIZA LYRICS & DOWNLOAD By Gitali. Published on 11th january 2021.

Song Credits 

  • Song – KALIZA
  • Singer – GITALI
  • Lyricist – BHASSKARJYOTI
  • Tune – GITALI & DEBAJIT BORAH
  • Music – SUMIT SAGAR
  • Additional Vocal – DEBAJIT BORAH
  • Mix Master – DIGANTA BORDOLOI
  • Recording Studios – ZERO DB Recordist – UDIPTA GOGOI
  • Flute – Pradip Deka
  • Cast – UTPAL DAS, BANDITA DEKA FT GITALI
  • Make Up – BARBIE & ARUP
  • Direction – ASHIM GOGOI
  • Assistant – DEEP & BITUL
  • Cinematography & Ariel Operator – RIPU KASHYAP
  • Costume – PALLABI
  • Editing & Colour Grading – MONI RAJKONWAR
  • Background Music – Sumit Sagar
  • GFX – BIRAJ DAS
  • Label: GITALI DEVI OFFICIAL GITTALI

KALIZA LYRICS & DOWNLOAD

হায়ৈ মোৰে কলিজা মৰম লাগি যায়
হায়ৈ মোৰে কলিজা চেনেহ লাগি যায়
হায়ৈ মোৰে কলিজা মৰম লাগি যায়
হায়ৈ মোৰে কলিজা চেনেহ লাগি যায়
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল

চকুতে চকু থৈ পৰিলোঁ তোৰেনো প্ৰেমত
মৰম বোৰ বাঢ়িছে তোলৈকে ভৰ যৌৱনত
এখনি ঘৰ সাজিমে সৰুকৈ তোৰেনো লগত
আনি দিব নালাগে তৰা জোন দূৰ আকাশৰ
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
হায়ৈ মোৰে কলিজা মৰম লাগি যায়

সপোনো দেখিছোঁ জাননে তোৰেনো লগত
মৰমেৰে ৰাখিবি তয়ে মোক কলিজাৰ মাজত
ৰঙাকৈ বেলিটি আঁকি দি মোৰে কপালত
শিৰতেই বোৱাই দিবি সেন্দুৰীয়া নৈ মৰমৰ
এৰিব নোৱাৰোঁ তোক
ধৰিব নোৱাৰোঁ তোক
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল
মোৰে মনৰ ভিতৰত লগালি আঁউল

Music Video Of Kaliza Song

Leave a Reply

error: Content is protected !!