Junake Kane Kane Lyrics | Best Of Zubeen Garg | Popular Song |

Junake Kane Kane Lyrics by Zubeen Garg . Best of Zubeen Garg.

Audio Credits

  • Song : Junake Kane Kane
  • Album : Best of Zubeen Garg
  • Singer : Zubeen Garg
  • Music : Zubeen Garg
  • Label : N.K. Production

Junake Kane Kane Lyrics in Assamese

জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নিৰবে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
(তুমি মোৰ মাথোঁ মোৰ ) -2x

(ফুলৰ পাহে পাহে, মেঘৰ আঁৰে আঁৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নিৰৱে) -2x
প্ৰীতি জুৰি আছা তুমি বিয়পি
বুকু জুৰি আছে মাঁথো মোৰ দুখ নোপোৱাৰ

জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
(তুমি মোৰ মাথোঁ মোৰ) -2x

(তুমি অহাৰে পৰত
ফুলে হিয়াৰ পাহি
মৰমৰে সাগৰত তুমি Thaka umoli) -2x
প্ৰীতি জুৰি আছা তুমি বিয়পি
বুকু জুৰি আছে মাঁথো মোৰ দুখ নোপোৱাৰ

জোনাকে কাণে কাণে আহি ক’লে
জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নিৰবে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
(তুমি মোৰ মাথোঁ মোৰ ) -2x

Leave a Reply

error: Content is protected !!