মই ভাগৰা নাই Junak Gola Lyrics – Zubeen Garg |

Junak Gola Lyrics, sung by Zubeen Garg from the album “Maya“. Lyrics penned by Kopil Thakur. জোনাক গলা জাৰৰ নিশা মই ভাগৰা নাই জীৱন হেৰুৱা নাই.

junak gola lyrics

Audio Credit

  • Song – Jonak Gola
  • Album : Maya
  • Singer – Zubeen Garg
  • Lyrics – Kopil Thakur
  • Composition – Zubeen Garg
  • Credits : Zubeen Garg Official

Junak Gola Lyrics in Assamese

জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত
জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত
গণি গণি আঙুলিৰ মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুন মণি
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত

গলি গলি প্ৰতিদিনে
পলে পলে জীৱন গলে
গলি গলি প্ৰতিদিনে
পলে পলে জীৱন গলে
ক’তনো বিচাৰিবি কৰুণাৰ হাত
ক’তনো বিচাৰিবি কৰুণাৰ হাত
বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই

মৰম চেনেহ তেনেই তাকৰ
নিলিম তোমাৰ চকুৰ বাখৰ
মৰম চেনেহ তেনেই তাকৰ
নিলিম তোমাৰ চকুৰ বাখৰ
পোহাৰাবা নে আহি
খিৰিকি মুখৰ খাজৰ তৰাঁটি হৈ তৰাঁটি হৈ
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই

জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত
গণি গণি আঙুলিৰ মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুন মণি
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই…
জীৱন হেৰুৱা নাই….
জীৱন হেৰুৱা নাই…..

[crp]

Junak Gola Lyrics in English

Jonak Gola Jaror Nixa
Mur thoi xeta xetelit
Jonak Gola Jaror Nixa
Mur thoi xeta xetelit
goni goni aangulir murot
ase kiman sokur pani
hukhor sikun moni
moi bhagora nai
jibon herua nai
moi bhagora nai
jibon herua nai
Jonak Gola Jaror Nixa
Mur thoi xeta xetelit

Goli goli pratidine
pole pole jibon gole
Goli goli pratidine
pole pole jibon gole
kotnu bisaribi karunar haat
kotnu bisaribi karunar haat
Bisari phurim pratidin, pratidin
moi bhagora nai
jibon herua nai
moi bhagora nai
jibon herua nai

Morom seneh tenei takor
nilim tumar sokur bakhor
puhorabane ahi
khiriki mukhor xajor torati hoi,
torati hoi
moi bhagora nai
jibon herua nai

Jonak Gola Jaror Nixa
Mur thoi xeta xetelit
goni goni angulir murot
ase kiman sokur pani
hukhor sikun moni
moi bhagora nai
jibon herua nai
moi bhagora nai
jibon herua nai….
jibon herua nai….

Music Video Of Junak Gola Song